• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে আন্দোলনকাৰীৰ বিৰুদ্ধে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ চৰকাৰী সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2026 9:59 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিট (ইউজি) পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে দেশৰ ৰাজধানীৰ লগতে  বিভিন্ন ৰাজ্যকত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। অসমত এই প্ৰতিবাদৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে তৰা সকলো আৰক্ষী গোচৰ প্ৰত্যাহাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ হোৱা লোকসকলক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

 

Apply Now

এক চৰকাৰী সিদ্ধান্ত অনুসৰি, ২০২৬ চনৰ ২৬ জুলাইৰ বিয়লি ৬ বজালৈকে সমগ্ৰ অসমত এই প্ৰতিবাদৰ সৈতে জড়িত পাঁচটা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু ইয়াৰ ভিত্তিত মুঠ ১৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰতিবাদৰ কাৰণসমূহ পৰ্যালোচনা কৰাৰ পাছত আৰু পৰীক্ষা তথা উচ্চ শিক্ষা ব্যৱস্থাত দায়বদ্ধতা বৃদ্ধি আৰু গাঁথনিগত সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, আন্দোলনকাৰীসকলৰ বিৰুদ্ধে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ ৰাজ্য চৰকাৰে সংকল্প লৈছে।

 

এই সিদ্ধান্তৰ অধীনত, প্ৰতিবাদত অংশগ্ৰহণ কৰা ব্যক্তিৰ বিৰুদ্ধে অসমৰ কোনো আৰক্ষী কৰ্তৃপক্ষই প্ৰতিকূল আইনী ব্যৱস্থা গ্ৰহণ নকৰিব। আইনী প্ৰক্ৰিয়া যি পৰ্যায়তেই নাথাকক কিয়, পঞ্জীয়নভুক্ত সকলো গোচৰ আইন অনুসৰি অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। চৰকাৰে লগতে স্পষ্ট কৰিছে যে ৰুজু হোৱা পাঁচটা গোচৰৰ ভিত্তিত কৰা গ্ৰেপ্তাৰ আৰু আটকৰ বিষয়টো পুনৰীক্ষণ কৰা হ’ব আৰু গ্ৰেপ্তাৰ হোৱা লোকসকলক **ক্ষিপ্ৰতাৰে** মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব।

 

ইয়াৰ উপৰিও, প্ৰতিবাদত জড়িত ব্যক্তিৰ বিৰুদ্ধে ভৱিষ্যতে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা চৰকাৰৰ নাই বুলি ৰাজ্যখনে স্পষ্ট কৰি দিছে। সমগ্ৰ বিষয়টো ইয়াতেই সামৰণি পেলোৱা হ’ব বুলি গণ্য কৰা হ’ব আৰু এই সন্দৰ্ভত ভৱিষ্যতে কোনো আইনী প্ৰক্ৰিয়া চলোৱা নহয়।

 

চৰকাৰৰ এই পদক্ষেপে নিট (ইউজি) প্ৰতিবাদৰ পৰা উদ্ভৱ হোৱা আইনী ব্যৱস্থাৰ অৱসান ঘটোৱাৰ লগতে পৰীক্ষা আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা তথা দায়বদ্ধতা বৃদ্ধি কৰাৰ স্বাৰ্থত বহল সংস্কাৰৰ প্ৰতি চৰকাৰৰ লক্ষ্যক প্ৰতিফলিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd