• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিতৰ্কিত বিজেপি নেতা সুদামা পাণ্ডেৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 7:32 pm
BJP
82
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ডিব্রুগড়ৰ বিতৰ্কিত বিজেপি নেতা সুদামা পাণ্ডেৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে জিলা প্ৰশাসনে। ৬ আগষ্টত জিলা দণ্ডাধীশে জাৰি কৰা এটা নিৰ্দেশৰ ভিত্তিত বিতৰ্কিত নেতাজনৰ অনুজ্ঞাপত্ৰযুক্ত পইণ্ট থ্ৰী টু পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে জিলা প্ৰশাসনে।

মন কৰিব লগীয়া যে পিষ্টলটো ইতিপূৰ্বে যোৱা ১ আগষ্টতে নিৰাপত্তা ৰক্ষীয়ে জব্দ কৰিছিল। অস্ত্ৰ আইন ১৯৫৯ৰ অধীনত তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় পৌৰসভাৰ ২২নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ সুদামা পাণ্ডেই এটা পইণ্ট ৩২ পিষ্টল লগত যোৱা ১আগষ্টত ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত মুখ্য মন্ত্ৰীৰ জেদ প্লাছ নিৰাপত্তা বেষ্টনী অতিক্ৰমি মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিল। চিনেমাৰ কায়দাৰে হাতত পিষ্টল লৈ মুখ্য মন্ত্ৰীক লগ কৰিবলৈ যোৱা পাণ্ডেৰ জেপৰ পৰা নিৰাপত্তাৰক্ষীয়ে অনুজ্ঞাপত্ৰ থকা পিষ্টলটো জব্দ কৰিছিল। লগতে ৬ ৰাউণ্ড গুলীও জব্দ কৰিছিল। ইয়াৰ পিছতে পাণ্ডেৰ বিৰুদ্ধে ১১৬২/১৮ নম্বৰত এটি গোচৰো ৰুজু কৰা হৈছিল।

আনহাতে পাণ্ডেৰ বিৰুদ্ধে পূৰ্বেও গুণ্ডাগিৰি কৰাৰ অভিযোগ আছে। জানিব পৰামতে, ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছত পাণ্ডেৰ দাবী-হুমকি, গুণ্ডাগিৰি বৃদ্ধি পাই আহিছিল।

Recent News

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd