• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুতৰ স্থায়ী বিলৰ হাৰ বৃদ্ধি আৰু সঘনাই বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তিৰ প্ৰতিবাদত

মিন্টূ দাস by মিন্টূ দাস
June 18, 2018 8:08 am
KMSS nagaon

বিদ্যুতৰ স্থায়ী বিলৰ হাৰ বৃদ্ধি আৰু সঘন বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তিৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

116
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাত বিদ্যুতৰ বিলৰ হাৰ (ফিক্সড চাৰ্জ) বৃদ্ধি আৰু সঘনাই বিদ্যুৎ সেৱা কৰ্তনৰ বিৰুদ্ধে দেওবাৰে নগাঁও জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰে।

নগাঁৱৰ কৃষ্ণাইঘাটৰ ৰাজপথত নগাঁও জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলে শক্তি মন্ত্রী তপন কুমাৰ গগৈৰ পুত্তলিকা দাহ কৰাৰ লগতে হাতে হাতে প্লে’ কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে কৃষ্ণাইঘাটৰ ৰাজপথ।

উল্লেখ্য যে, ২৪ ঘন্টা বিদ্যুৎ সেৱা যোগান ধৰাৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। কৃষক মুক্তি সংগ্রাম সমিতিয়ে বিদ্যুৎ যোগান নিয়মিত কৰা আৰু স্থায়ী বিলৰ হাৰ শীঘ্ৰে কমোৱাৰ বাবে চৰকাৰক দাবী জনায়।

সংগঠনটোৱে কৰ্তৃপক্ষই শীঘ্ৰেই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

ৰাজ্যত বিদ্যুৎ সেৱাৰ মান এতিয়াও উন্নত নোহোৱাৰ সমান্তৰালকৈ নগাঁও জিলাতো বিদ্যুৎ যোগানৰ নামত ভেকোভাওনা চলি থকাৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে। পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱা বিভাগটোৱে বিদ্যুৎ বিলৰ হাৰ বৃদ্ধি কৰি ৰাইজৰ ৰোষত পৰিছে।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd