ৰাজ্য চৰকাৰে আজি ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা ঘোষণা কৰে। এই সন্মানীয় বঁটা এইবাৰ আগ বঢ়োৱা হৈছে তাই ভাষাৰ গৱেষক-পণ্ডিত শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বিমল বৰপাত্ৰগোহাঁইলৈ। শ্ৰীযুত বৰপাত্ৰ গোহাঁয়ে দীৰ্ঘদিন ধৰি তাই ভাষাৰ সংৰক্ষণ, উন্নয়নৰ হকে বিভিন্ন পৰ্য্যায়ত কাম কৰি আহিছে। তেওঁ কেইবাখন তাই ভাষাৰ গ্ৰন্থও প্ৰকাশ কৰিছে। এই বঁটাৰ জৰিয়তে পণ্ডিতগৰাকীলৈ তেওঁৰ সাধনাৰ স্বীকৃতি আগ বঢ়োৱা হয়। সূত্ৰটোত প্ৰকাশ পোৱা মতে তিপামত হ’ব লগীয়া আগন্তুক চ্যুকাফা দিৱসত পণ্ডিতজনক চৰকাৰে উক্ত বঁটাটো প্ৰদান কৰিব।
বিমল বৰপাত্ৰগোহাঁইলৈ ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
September 16, 2024 1:06 pm