• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশাল শোভাযাত্ৰাৰ মাজেৰে হাফলঙত গোবিন্দ চন্দ্ৰ লাংথাচাৰ অন্ত্যেষ্টি ক্ৰিয়া

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 4, 2018 5:43 pm
Funeral ceremony of G.C Langthasa
148
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিশা ১ বজাত শেষ নিশ্বাস ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাচাৰ আজি হাফলং ডিমাচা শ্মশানত অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়।

অন্ত্যেষ্টি ক্ৰিয়াৰ পূৰ্বে হাফলং চহৰত এক বিশাল শোভাযাত্ৰাৰ যোগেদি  প্ৰাক্তন মন্ত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱা হয়।

শোভাযাত্ৰাত প্ৰদেশ কংগ্ৰেছ নেতা বিদ্যাসিঙ ইঙলেঙৰ লগতে জিলাৰ প্ৰবীন কংগ্ৰেছ নেতা নলেন্দ্ৰ কাৰিগাপছা, বিৰাট লাংথাচা,  সাংসদ বিৰেন সিঙ ইংতি, পৰিষদৰ প্ৰাক্তন ইএম বিমল হোজাই তথা সহস্ৰাধিক গুণমুগ্ধ ৰাইজে অংশ গ্ৰহণ কৰে।

আনহাতে প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে সোমবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে। উক্ত দিনা পৰিষদ প্ৰশাসনৰ নিয়ন্ত্ৰণত থকা চৰকাৰী প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব।

ইয়াৰ উপৰি হাফলং মাৰ্চেন্ট এচচিয়েছনেও সোমবাৰে তেওঁলোকৰ দোকান পোহৰ বন্ধ ৰাখিব।

উল্লেখযোগ্য যে ১৯৫২ চনত চৰকাৰী চাকৰি এৰি ৰাজনীতিত যোগ দিয়া গোবিন্দ চন্দ্ৰ লাংথাচা অসম মন্ত্ৰীসভাত তিনি বাৰকৈ মন্ত্ৰী আছিল।

৯ বছৰ কাল ধৰি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম হৈ থকা লাংথাচাৰ দুগৰাকীকৈ পুত্ৰক উগ্ৰপন্থীয়ে গুলিয়াই হত্যা কৰিছিল।

Recent News

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd