• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ নতুন গাঁৱত বানপানীত দিশহাৰা হাতীৰ জাক : আতংকগ্ৰস্ত গাঁৱবাসী

কাজি  জেইদুল ইছলাম by কাজি  জেইদুল ইছলাম
July 7, 2018 3:17 pm
IMG_20180707_105130
153
VIEWS
Share on FacebookShare on Twitter

বিগত কেইদিন মান ধৰি খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানলৈ ওলাই অহা এটা দিশহাৰা হাতীৰ জাকে বিশ্বনাথ ঘাটৰ বাসিন্দাসকলক এতিয়াও আতংকগ্ৰহস্ত কৰি ৰাখিছে। বানপানীৰ ফলত বাসস্থান অৰণ্যৰ পৰা ওলাই অহা এই হাতীৰ জাকটোৱে বিশ্বনাথৰ বিভিন্ন এলেকাত খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে।

শেহতীয়াভাৱে হাতী মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অৱস্থাত বনৰীয়া হাতীৰ জাকটোৰ মুকলি বিচৰণত স্বাভাৱিকতেই আতংকগ্ৰস্ত হৈ পৰিছে এই অঞ্চলটোৰ বাসিন্দাসকল।

ইতিমধ্যে, বাৰিষাৰ বানত ভাগি অহা হাতীৰ জাকটোৱে এটা  নতুন বিপদ হৈ দেখা দিছে গাঁৱবাসীসকলৰ সন্মুখত। ক্ৰমে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ লগতে প্ৰধান নদীসমূহ আৰু উপনৈসমূহৰ জলস্তৰৰ বাবে বিলৈ বিপত্তি নোহোৱা হৈছে অসমৰ অৰণ্য -অভয়াৰণ্যত বাস কৰা বনৰীয়া জীৱ-জন্তুসমূহৰ।

এইদৰে বানবানীত খোৱাবস্তুৰ অভাৱত ভোগা বনৰীয়া হাতীৰ এই জাকটোৱে যোৱা কিছুদিন মান ধৰি খাদ্যৰ সন্ধানত বিশ্বনাথ ঘাটৰ নতুন গাঁৱত থিতাপি লৈ আছে। হাতীৰ জাকটোত  পোৱালি সহ প্ৰায় ১৫-১৬ মান হাতী আছে। এই জাকটোৱে নদীয়েদি বিশ্বনাথ ঘাটৰ নতুন গাঁৱত প্ৰৱেশ কৰিছিল।

যোৱাকালি আৱেলি বন বিভাগৰ কৰ্মীয়ে গুলি আৰু ফটকা ফুটাই উক্ত স্থানৰ পৰা খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও নিশা পুনৰ হাতী জাকটো আগৰ স্থানলৈ ঘুৰি আহে। এইবাৰ উভতি অহা জাকোটৱে নতুন গাঁৱত প্ৰৱেশ কৰি এটা পাকঘৰ সম্পুৰ্ণ ৰুপে ধ্বংস কৰে।  ফলত গোটেই নিশা গাওঁখনৰ বাসিন্দাসকলে এক আতংকৰ মাজেৰে পাৰ কৰে।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি বন বিভাগৰ লোকে  বৰ্তমান হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰি আছে যদিও বনবিভাগ সফল হ’ব পৰা নাই। উভতি অহা হাতীৰ জাকটোৱে এতিয়া গাঁৱখনতেই থিতাপি লৈ আছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd