• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ আটাইতকৈ দামী গছজোপা : দাম শুনি মাথা ঘূৰাই যাব আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 1:46 pm
18.1k
VIEWS
Share on FacebookShare on Twitter

গছ হৈছে জীৱনকূলৰ আটাইতকৈ ডাঙৰ বন্ধু্। গছৰ অবিহনে জীৱকূল জীয়াই থকাটো সম্ভৱ নহয়। পৰিৱেশৰ বাবে গছৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ উপৰিও সৌন্দৰ্যবদ্ধনৰ বাবেও মানুহে ঘৰৰ চৌহদ বা বাগিছাত বিভিন্ন ধৰণৰ গছ ৰোপন কৰে। এই ধৰণৰ গছৰ সাধাৰণতে ৫০ৰ পৰা ১০০ টকাৰ ভিতৰত কিনিবলৈ পোৱা যায়।

কিন্তু আপুনি জানেনে যে এনে এবিধ গছ আছে যাৰ মূল্য কেইবা নিযুত টকা! এই গছজোপাৰ মূল্য ইমানেই যে সেই টকাৰে গোটেই পৃথিৱী ভ্ৰমণ কৰিব পাৰি। এই গছজোপাৰ নাম জাপানীজ বগা পাইন বনচাই গছ। এই গছ জাপানত পোৱা যায়। 

২০১১ চনৰ আন্তঃৰাষ্ট্ৰীয় বনছাই সন্মিলনত জাপানীজ বগা পাইন বনছাই গছ ১৩ লাখ ডলাৰত বিক্ৰী হৈছিল। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ১০ কোটি টকাৰো অধিক। এই গছজোপা পৃথিৱীৰ আটাইতকৈ দামী গছ। বনছাইৰ শিল্পী ছেইজি মৰিমাইয়ে আন্তঃৰাষ্ট্ৰীয় বনছাই অধিৱেশনত ব্যক্তিগত সংগ্ৰাহকক বিক্ৰী কৰিছিল গছজোপা। এই গছৰ উচ্চতা অতি কম। এই গছৰ পাত দীঘল, মজবুত, বক্ৰ ডাল থাকে। তথ্য অনুসৰি এই বগা পাইন বনছাই গছজোপা ৮০০ বছৰ পুৰণি।

প্ৰাচীন কালত বনাঞ্চলত বগা পাইন বনছাই পোৱা গৈছিল। গছজোপা কুটিল ঠাৰি, কুটিল বাকলি আৰু সম্পূৰ্ণ চালিৰে গঠিত। এই সকলোবোৰ বৈশিষ্ট্য থাকিলেও এই গছজোপাৰ দৈৰ্ঘ্য ১ মিটাৰতকৈও কম।

Recent News

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd