• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত সেনাৰ হেলিকপ্তাৰৰ জৰুৰী অৱতৰণ; উৎসুক জনতাৰ ভিৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 26, 2018 7:46 pm
Chopper1

বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰা হেলিকপ্তাৰখন।

147
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্তাৰ আজি কাৰিকৰী বিজুতিৰ বাবে লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত জৰুৰীকালীন অৱতৰণ কৰাব লগীয়া হয়।

এই কথা নৰ্থ-ইষ্ট নাওক জনাইছে তেজপুৰস্থিত সেনা ছাউনীৰ মুখপাত্ৰই।

বায়ুসেনাৰ হেলিকপ্তাৰখন আজি তেজপুৰৰ মিছামাৰিৰ পৰা ডিব্ৰুগড়লৈ বুলি উৰা মাৰিছিল। কিন্তু মাজ আকাশতে ইয়াত বিজুতিয়ে ধৰা দিয়ে। তেতিয়া প্ৰায় আবেলি ২ বাজিছিল। হেলিকপ্তাৰখনত তিনিজন সেনা বিষয়া আৰু এজন পাইলট আছিল বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

সূত্ৰটোৰ পৰা আৰু জানিব পৰামতে, বায়ু সেনাৰ অন্য এখন হেলিকপ্তাৰ গৈ বিষয়াকেইজনক সেই ঠাইৰ পৰা পুনৰ তেজপুৰৰ মিছামাৰিলৈ ঘূৰাই আনে।

আনহাতে বিজুতি ঘটা হেলিকপ্তাৰখন এতিয়াও বিহপুৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰতে আছে। সেইখন ভাল কৰিবলৈ এদিন বা দুদিনৰ প্ৰয়োজন হ’ব বুলি সেনাৰ সূত্ৰই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আকস্মিক অৱতৰণ কৰাৰ লগে লগে হেলিকপ্তাৰখন চাবলৈ অহা মানুহৰ লানি লাগে। কম সময়ৰ ভিতৰতে খবৰটো বিয়পি পৰাত খেলপথাৰত উৎসুক মানুহৰ প্ৰচণ্ড ভিৰ হয়।

আৰক্ষীয়ে এতিয়াও অঞ্চলটো পহৰা দি থকা বুলি জানিব পৰা গৈছে।

 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd