• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2025 9:03 pm
267
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰতিনিধিৰ নিচুকনিতকৈ নিজৰ আত্মসন্মানক আগস্থান দিলে কৃষক কন্যা গুণগুণে। লখিমপুৰৰ খেতিয়ক গুণগুণ চেতিয়া আৰু তেওঁৰ পৰিয়ালে ঘূৰাই পঠিয়ালে স্থানীয় বিধায়ক মানৱ ডেকাই প্ৰেৰণ কৰা কঠীয়া।

উল্লেখ্য যে, কালি তথা বৃহস্পতিবাৰে লখিমপুৰ জিলা প্ৰশাসনৰ অতপালিত নষ্ট হৈছিল পৰিয়ালটোৰ কঠীয়া।

কালি কঠীয়া নষ্ট কৰাৰ পাছত আজি বিধায়ক মানৱ ডেকাই পঠিওৱা কঠীয়া গ্ৰহণ নকৰিলে কৃষক পৰিয়ালটোৱে। খেতিৰ উপযোগী কঠীয়াৰ সঁচ নাপাই প্ৰত্যাখ্যান কৰিলে কঠীয়া।

শুকুৰবাৰে গুণগুণ চেতিয়াই কয়, ‘‘চৰকাৰে দিয়া কঠীয়া এতিয়া আমি ল’ব নোৱাৰোঁ। কঠীয়াখিনি চাপৰ, এবেগেত ওখ। এডোখৰত পানী নাই, এডোখৰত পানী বেছি হৈ আছে। আমি তেনে সঁচৰ কঠীয়া পূৰ্বে ৰুয়ো পোৱা নাই।’’

লগতে গুণগুণে কয় যে, ‘‘এই কঠীয়াখিনি আমি ৰুব নোৱাৰো। তাতকৈ এইখিনি কঠীয়া চৰকাৰে বানপীড়িত লোকক দিবগৈ পাৰিব।’’

Recent News

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd