• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত পথ দুৰ্ঘটনা : এজন নিহত

উত্তম শইকীয়া by উত্তম শইকীয়া
March 18, 2018 8:46 am
accident-570x320

প্ৰতিনিধিত্বমূলক ফটো

113
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দুৰ্ঘটনাত শনিবাৰে এজন চাইকেল আৰোহীৰ মৃত্যু হয় ৷

ৰাষ্ট্ৰীয় পথেৰে যোৱা কোনো  অজ্ঞাত গাড়ীৰ খুন্দাত কৃষ্ণ মুণ্ডা নামৰ চাইকেল আৰোহীজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷

নিহত লোকজনৰ ঘৰ বিহৰা চাহ বাগিচাৰ চাৰি নম্বৰ লাইনত ।

নিহত কৃষ্ণ মুণ্ডা বিহৰা চাহ বাগিচাত কাম কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে।

স্থানীয় লোকে পথৰ কাষতে চাইকেলসহ পৰি থকা অৱস্থাত কৃষ্ণ মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰে ৷

ঘটনাৰ পাচত গাড়ীৰ সন্ধানত বোকাখাত আৰক্ষীয়ে অনুসন্ধান  আৰম্ভ কৰিছে ।

ৰাষ্ট্ৰীয় ঘাইপথসমূহত মালবাহী ট্ৰাককে ধৰি যান বাহনসমূহৰ অনিয়ন্ত্ৰিত গতিবেগৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু পথেৰে যাতায়ত কৰা লোক মৃত্য মুখত পৰিব লগীয়া হৈছে।

বেছিভাগ ক্ষেত্ৰতে দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসমূহ নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয়। কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ সমূহত মানুহৰ সমাগম কম হোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত কৰা চালকে সকলোৰে অলক্ষিতে গাড়ী লৈ পলাই সাৰিবলৈ সুবিধা পায়।

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd