• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ যোগনীয়া আটি গাঁৱত শোকাবহ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল শিশুৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 27, 2018 6:01 pm
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন

99
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ যোগনীয়া আটি গাঁৱত আজি বিয়লি এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰ্টিত হয়। পথ দুৰ্ঘটনাটোত এখন  ডাম্পাৰৰ খুন্দাত এটি শিশুৰ মৃত্যু হ’বলগীয়া হয়।

দুৰ্ঘটনাটোত নিহত শিশুটিক যোগনীয়া আঁটি গাঁৱৰ ভজে চুব্বাৰ ১০ বছৰীয়া পুত্ৰ সন্তান অৰ্ণৱ চুব্বা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, অৰ্ণৱে পথৰ কাষেদি চাইকেল চলাই গৈ থকা অৱস্থাত এ এছ ০৩ চি ৭১৩৮  নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়াত তেওঁৰ থিতাতে মৃত্যু হয়। নিহত অৰ্ণৱ সপ্তম শ্ৰেনীৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।

আনহাতে ঘটনাৰ পিছতেই স্থানীয় লোকে ডাম্পাৰখন কৰায়ত্ত কৰে যদিও ডাম্পাৰৰ চালক পলায় যাবলৈ সক্ষম হয়।

উক্ত দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় লোকসকল উত্তেজিত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে ঘটনাস্থলীলৈ বোকাখাতৰ আৰক্ষী ৰাওনা হয়।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd