NORTHEAST NOW (Assamese)

ব্ৰেকিং নিউজ : মাছ মৰাক লৈ পবিতৰা অভয়াৰণ্যত উত্তপ্ত পৰিস্থিতি

November 19, 2017 7:45 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
Updated: November 19, 2017 2:43 pm

অনুমতিবিহীনভাৱে  পবিতৰা অভয়াৰণ্যত মাছ মৰাক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ ধলাবিলত সহস্ৰাধিক লোকে মাছ মাৰি থকা অৱস্থাত বন বিভাগৰ কৰ্মী উপস্থিত হৈ বিলখনত মাছ মৰা কাৰ্য্যত বাধা দিব খোজে। মাছমৰীয়াই আৰক্ষী আৰু বনকৰ্মীৰ কথাত গুৰুত্ব নিদিয়াত তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ অৰক্ষী-বনবিভাগৰ লোকে শূন্যলৈ গুলীচালনা কৰে।

Related News