• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে বঞ্চনা কৰিছে বৰাকৰ জনতাক : প্ৰাক্তন মন্ত্ৰী অজিত সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 4:17 pm
Silchar congress
101
VIEWS
Share on FacebookShare on Twitter

বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কোৱা মুখ্য মন্ত্ৰীয়ে বৰাকৰ জনতাক কিয় প্ৰৱঞ্চনা কৰিছে বুলি আজি শিলচৰত হোৱা যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচীত মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী অজিত সিঙে।

উল্লেখযোগ্য যে এন আৰ চিৰ খচৰা বিসংগতিপূৰ্ণ হোৱা বুলি অভিযোগ তুলি আজি শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দাবীত শিলচৰ যুৱ কংগ্ৰেছীয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰথমখন খচৰাত বৰাকৰ অধিকাংশ লোকৰ নাম নথকাৰ অভিযোগ কৰি এই খচৰাখনত বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বৃহৎ ব্যৱধান থকা বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবেও অংশগ্ৰহণ কৰে। তেওঁৰ লগতে প্ৰাক্তন মন্ত্ৰী অজিত সিঙো কাৰ্য্যসূচীটোত উপস্থিত আছিল। অজিত সিঙেও এন আৰ চিৰ খচৰাত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মানুহৰ প্ৰতি বৈষম্য প্ৰকাশ পাইছে বুলি অভিযোগ কৰে। তেওঁ ইয়াৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লক্ষ্য কৰি লয় আৰু কয় যে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কোৱা সোণোৱালে এই বৈষম্য কিয় কৰিছে। তেওঁ কয় যে এন আৰ চিৰ খচৰাত ঐক্য-সংহতি প্ৰকাশ পোৱা নাই।

আনহাতে বৰ্তমান শিলচৰৰ সাংসদ সুস্মিতা দেবকো মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ’ল। তেওঁ খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক এক দাবী উত্থাপন কৰে।

শতাধিক লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীয়ে এন আৰ চি ৰ ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহ সমূহ দূৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে শিলচৰ কংগ্ৰেছে কৰা অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰাত বৰাক উপত্যকাৰ মাত্ৰ ২৯ শতাংশ জনসাধাৰণৰ নাম অন্তৰ্ভুক্ত হৈছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd