• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ ৰাজ্যিক দিৱসত চাৰিখন মহাদেশৰ খেলুৱৈয়ে ভাগ ল’ব মহিলা প’ল’ টুৰ্নামেণ্টত

সভাপতি চামম by সভাপতি চামম
January 16, 2018 9:52 pm
157
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ ৰাজ্যিক দিৱসৰ লগত সংগতি ৰাখি অহা ১৭-২১ জানুৱাৰিত অনুষ্ঠিত কৰা মহিলা প’ল’ টুৰ্নামেণ্টত চাৰিখনকৈ মহাদেশৰ খেলুৱৈয়ে ভাগ ল’ব। এই কথা এন ই নাওক জনাইছে মণিপুৰ পৰ্য্যটন বিভাগে।

বিভাগৰ সূত্ৰই জনোৱা মতে, প্ৰতিযোগিতাখনত ভাৰতক প্ৰতিনিধিত্ব কৰি মণিপুৰ মহিলা প’ল’ দলটোৱে ভাগ লোৱাৰ লগতে অষ্ট্ৰেলিয়া, কেনিয়া আৰু আমেৰিকাৰ দলেও ভাগ ল’ব। এই আন্তঃৰাষ্ট্ৰীয় দলকেইটাক ভাৰত চৰকাৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ে স্প’নছ’ৰ কৰা বুলি বিভাগটোৰ সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন হ’ব এতিয়াও ব্যৱহৃত হৈ থকা বিশ্বৰ প্ৰাচীনতম প’ল’গ্ৰাউণ্ড মেপল কাংজেইবাঙত।

‘আমি মণিপুৰক ভাৰতৰ ভিতৰতে প’ল’ খেলৰ এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে বিকাশ কৰিব খোজো। আৰু আমাৰ খ্যাতিমান মহিলাসকলৰ সহায়ত মণিপুৰক মহিলাৰ প’ল’ৰ বাবেও এটা উত্তম স্থান হিচাপে গঢ় দিব বিচাৰো।’ এই বুলি কয় মণিপুৰৰ পৰ্য্যটন বিভাগৰ মুখ্য সচিব পি কে সিঙে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে এই বছৰৰ প্ৰতিযোগিতাখনত ভাৰতৰ তিনিটা মহিলা প’ল’ দলে যোগদান কৰিব। ইয়াৰে ইণ্ডিয়া প’ল’ এছ’চিয়েশ্যনৰ দলটোক মনিকা চাক্সেনাই নেতৃত্ব দিয়াৰ লগতে আন দুটা মণিপুৰৰ দল, ক্ৰমে মণিপুৰ মাৰ্জিঙক চলাম সুমিতা দেৱী আৰু মণিপুৰ থাংজিংক লেইশ্ৰাম থাদৈয়ে।

অল মণিপুৰ প’ল’ এছ’চিয়েশ্যনৰ সভাপতি কে শৰৎচন্দ্ৰ সিঙে কয়, ‘তৃতীয় সংস্কৰণৰ ৰাজ্য দিৱস-মহিলা প’ল’ টুৰ্নামেণ্টৰ অংশীদাৰ হ’বলৈ পাই অল মণিপুৰ প’ল’ এছ’চিয়েশ্যন অতিশয় আনন্দিত।’

আনহাতে আমেৰিকাৰ মহিলা প’ল’ দলটোৰ অলিভিয়া ষ্ট্ৰিংগাৰয়ে কয়, ‘মই মণিপুৰলৈ আকৌ আহিবলৈ পাই অত্যন্ত আনন্দিত হৈছো। ইয়াৰ আগতে মই মোৰ স্বামীৰ খেল চাবলৈ চাংহাই উৎসৱৰ সময়ত মণিপুৰলৈ আহিছিলো। গতিকে মই মহিলা খেলুৱৈসকলক লগ পাবলৈ অধীৰ হৈ আছো।’

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd