• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন-শৰীৰ পৰিষ্কাৰ কৰি ৰাখিলে এখন আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি : কেন্দ্ৰীয় যোগ দিৱসত মুখ্য মন্ত্ৰী সোণোৱাল

মিণ্টু দাস by মিণ্টু দাস
June 21, 2018 7:40 pm
a3235dc7-b267-40b4-98b3-c0bd2ca79423
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”মানৱ সমাজৰ উন্নয়ণৰ বাবে কাম কৰিবলৈ হ’লে সুস্থ স্বাস্থ্য, সুস্থ মনৰ অধিকাৰী হ’ব লাগিব। ইয়াৰ বাবেই আমাৰ জীৱনত যোগৰ আৱশ্যকতা আছে।”- এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অসম চৰকাৰে কেন্দ্ৰীয়ভাবে আয়োজন কৰা চতুৰ্থ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ভাৰতৰ মহান মনিষীসকলে যোগ ধৰ্ম পালন কৰিয়েই বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰি আহিছে। যোগে মানৱীয় প্ৰমূল্যবোধৰ জ্ঞান দান কৰি আহিছে। এই আদৰ্শৰ ভিত্তিতে আজি আমি একবিংশ শতিকাত সগৌৰৱে পদাৰ্পন কৰিবলৈ সক্ষম হৈছো।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘দেশৰ আদৰ্শবাদী নেতা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি প্ৰস্তাৱ ৰাষ্ট্ৰ সংঘত উত্থাপন কৰিছিল, সেই প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাই ৰাষ্ট্ৰসংঘৰ অনুমোদন ক্ৰমে আন্তৰ্জাতিক যোগ দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হৈছে। আজিৰ দিনটো কেৱল অসম তথা ভাৰতবৰ্ষৰ বাবেই নহয়, বিশ্বৰ বাবেও গুৰুত্বপূৰ্ণ দিন’।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে মৰম-চেনেহ, ভাতৃত্ববোধৰে ভাল মনৰ অধিকাৰী হ’ব লাগিব। তেতিয়াহে এক সুস্থ পৰিৱেশ সৃষ্টি হ’ব। এইদৰে আমি মন-শৰীৰ পৰিস্কাৰ কৰি এখন আদৰ্শ সমাজ গঢ়িব লাগিব।

আমি প্ৰত্যেকেই আমাৰ সমাজৰ পৰা কু-সংস্কাৰ দূৰ কৰিব লাগিব। তেতিয়াহে নৱ প্ৰজন্মক ভাল পথেৰে আগুৱাই নিব পৰা যাব বুলি উল্লেখ কৰে।

5715cf1b-ac57-4329-8d45-3ebc8795f556

আনহাতে সোণোৱালে উঠি অহা প্ৰজন্মক অসমৰ জাতীয় কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে আহ্বান জনায়।

আনহাতে এই অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত প্ৰাচীন ভাৰতীয় যোগাভ্যাস সমগ্ৰ বিশ্বত প্ৰসাৰতা লাভ কৰিছে। এয়া আমাৰ বাবে গৌৰৱৰ কথা, আমাৰ পূৰ্ব পুৰুষৰ আদৰ্শ। এই আদৰ্শক শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিলে, আমাৰ সমাজ সমৃদ্ধিশালী হ’ব।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় – ‘যোগৰ অভ্যাস পাঁচ হাজাৰ বছৰ পুৰণি। যোগৰ জৰিয়তে শৰীৰ আৰু আত্মাৰ, আত্মা আৰু পৰমাত্মাৰ মিলন হয়। ইয়ে মানুহৰ মন, অন্তৰ, স্বভাৱ, ব্যৱহাৰ আদিৰ পৰিবৰ্তন আনিব পাৰে। যোগ আৰু প্ৰাণায়ামৰ অভ্যাসে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। ই মানুহক নিৰোগী কৰি ৰাখে।

প্ৰায় আঠ সহস্ৰাধিক ৰাইজ উপস্থিত থকা এই অনুষ্ঠানত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, আঙুৰলতা ডেকা, ডিম্বেশ্বৰ দাস, উৎপল দত্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি আদিকে ধৰি বহু শীৰ্ষ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী তথা বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd