• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মালয়েছিয়া আৰক্ষীৰ জালত ২৮ বাংলাদেশী নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 1:15 pm
Bangladeshi
109
VIEWS
Share on FacebookShare on Twitter

মালয়েছিয়াৰ ৰাজধানী কুৱালালমপুৰত অবৈধভাৱে ব্যৱসায় কৰি থকাৰ অভিযোগত ৰাষ্ট্ৰখনৰ ইমিগ্ৰেইশ্যন বিভাগে আটক কৰিছে ২৮ জনকৈ বাংলাদেশী নাগৰিকক।

‘দ্য ডেইলি ষ্টাৰ’ৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত মালয়েছিয়াৰ ইমিগ্ৰেইশ্যন বিভাগে যোৱা বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত এক অভিযান চলাই বাংলাদেশী নাগৰিক কেইজনক আটক কৰে।

এই সন্দৰ্ভত বাংলাদেশৰ  ইমিগ্ৰেশ্যন বিভাগৰ সঞ্চালক মুস্তাফৰ আলীয়ে সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰা অনুসৰি বাংলাদেশী নাগৰিক কেইজনে এটা অট্টালিকা ভাৰা কৰি বহু দিনৰ পৰা অবৈধভাৱে ব্যৱসায় কৰি আছিল।

উল্লেখ্য যে মালয়েছিয়া আৰক্ষীয়ে আটক কৰা লোককেইজনৰ বিদেশ ভ্ৰমণৰ কোনো উপযুক্ত নথি-পত্ৰ লগত নাই।

আনহাতে এই অভিযান কালতে মালয়েছিয়াৰ ইমিগ্ৰেইশ্যন বিভাগে আৰ এম ২৯,০০০ নগদ আৰু বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাটোৱে মালয়েছিয়াৰ ৰাজধানীখনত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে।

 

Recent News

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

এইবাৰ লক্ষ্ণৌত অৱতৰণৰ সময়ত জুই-ধোঁৱা; দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা হজযাত্ৰীৰ বিমান

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd