• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ সম্পত্তিৰ তালিকাত দ্বিতীয় স্থানত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
February 13, 2018 11:05 am
Pema Khandu file fhoto
468
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ কোটিপতি মুখ্য মন্ত্ৰীৰ তালিকাৰ দ্বিতীয় স্থানত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ। এছোছিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ এণ্ড নেশ্যনেল ইলেকশ্যন ৱাটছে দেশৰ মুখ্য মন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰি এই কথা সদৰী কৰে।

তথ্যত প্ৰকাশিত অনুসৰি দেশৰ কোটিপতি তালিকাৰ প্ৰথম স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰ বাবু নাইডু আৰু তৃতীয় স্থানত আছে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিং।

এই সংস্থাটোৱে দেশৰ ২৯ খন ৰাজ্যৰ মুখ্য মন্ত্ৰী তথা ২ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সম্পত্তিৰ ওপৰত বিশ্লেষণ চলাইছিল আৰু তাৰ পিছতে এই তথ্য প্ৰকাশ পাইছে।

এছোছিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ এণ্ড নেশ্যনেল ইলেকশ্যন ৱাটছে দেশৰ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা মুখ্য মন্ত্ৰী সকলৰ নিজৰ শপত পত্ৰ সমূহৰ পৰাই এই বিশ্লেষণ কৰিছে। মুখ্য মন্ত্ৰী সকলে শেহতীয়াকৈ দাখিল কৰা শপত পত্ৰ সমূহৰ পৰা এই তথ্য আহৰণ কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।

সংস্থাটোৱে সদৰী কৰা তথ্য অনুসৰি ৩১ জন মুখ্য মন্ত্ৰীৰ ভিতৰত ২৫ জন মুখ্য মন্ত্ৰীয়েই কোটিপতি। চন্দ্ৰ বাবু নাইডুৰ সৰ্বমুঠ সম্পত্তি ১৭৭ কোটিৰো অধিক। আনহাতে অৰুণাচলৰ মুখ্য মন্ত্ৰী খাণ্ডুৰ সম্পত্তি হ’ল ১২৯ কোটি আৰু অমৰিন্দৰ সিঙৰ হ’ল ৫৪৮ কোটি।

ইয়াৰ বিপৰীতে বাওঁপন্থী নেতা তথা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰ হ’ল আটাইতকৈ কম সম্পত্তি থকা মুখ্য মন্ত্ৰী। তেওঁৰ মুঠ সম্পত্তি হ’ল ২৬ লাখ। তালিকাত কম সম্পত্তিৰ দ্বিতীয় স্থানত মুঠ সম্পত্তি ৩০ লাখেৰে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃতীয় স্থানত জন্মু আৰু কাশ্মীৰৰ মুখ্য মন্ত্ৰী মেহবুবা মুফটী। মুঠ সম্পত্তি ৫৫ লাখ।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd