• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ সময়সীমালৈ এসপ্তাহো নাই, বিশ্বনাথত আৰম্ভই হোৱা নাই মথাউৰিৰ মেৰামতি

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
April 24, 2018 10:04 pm
assam-flood

প্ৰতিনিধিত্বমূলক ছবি

143
VIEWS
Share on FacebookShare on Twitter

অসমৰ সকলো মথাউৰিৰ নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্তই দিয়া ৩০ এপ্ৰিলৰ অন্তিম সীমা উকলিবলৈ এসপ্তাহো নথকা অৱস্থাত আজি ২৪ এপ্ৰিললৈকে আৰম্ভই হোৱা নাই বিশ্বনাথ জিলাৰ ৰক্ষাকবচ বিশ্বনাথ পাণপুৰ মথাউৰিৰ মেৰামতিৰ কাম।

পাণপুৰ মথাউৰিৰ অৱস্থা

ভাগি থকা মথাউৰিটোৰ নিৰ্মাণ বন্ধ হৈ থকাত চিন্তিত হৈ পৰিছে নদী কাষৰীয়া লোকসকলকে ধৰি বিশ্বনাথবাসী ৰাইজ।

উল্লেখযোগ্য যে ২০১২ চনত এই মথাউৰিটোৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ, চতিয়া আৰু জামুগুৰিহাটৰ ২ সহস্ৰাধিক গাওঁ পানীৰ তলত বুৰ গৈছিল।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যোৱা এবছৰে মথাউৰিটোৰ ভগ্ন অংশত কোনো ধৰণৰ মেৰামতি কৰা হোৱা নাই।

অভিযোগমতে এই পাণপুৰ মথাউৰিটোৰ ভোজমাৰী আৰু চিলামাৰী অঞ্চলৰ ৭.৬ কিঃমিঃ এলেকাত জিঅ’ বেগৰ কামৰ বাবে প্ৰায় ১০০ কোটি টকাৰ আবন্টন দিয়া হৈছিল যদিও আজিলৈকে এই কাম সম্পুৰ্ণ হৈ নুঠিল। আনহাতে, বিশ্বনাথৰ যি ৬ কিঃমিঃ অংশত জিঅ’ বেগৰ কাম হৈছিল তাৰো প্ৰায় ৬০% যোৱা বাৰিষাত ব্ৰহ্মপুত্ৰই খহাই নিলে।

এতিয়া মাজত এসপ্তাহো নথকা অৱস্থাত ৩০ এপ্ৰিলৰ পূৰ্বে কিদৰে মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজে প্ৰশ্ন কৰিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd