• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰৰ সৈতে প্ৰত্যক্ষভাৱে ৰে’ল যোগাযোগৰ প্ৰস্তাৱ ত্ৰিপুৰা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 12:24 pm
railway-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

89
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজৰ ৰে’ল সংযোগৰ কাম কাজ ক্ষীপ্ৰতাৰে চলি থকা সময়তে ত্ৰিপুৰা চৰকাৰে আন এখন বিদেশী ৰাষ্ট্ৰ ম্যানমাৰ আৰু ত্ৰিপুৰাৰ মাজত ৰে’ল সেৱা প্ৰৱৰ্তন কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক প্ৰস্তাৱ আগবঢ়ায়।

উল্লেখণীয় যে ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰাৰ পৰা কাষৰীয়া ৰাজ্য মিজোৰামৰ মাজেৰে প্ৰতিৱেশী ৰাষ্ট্ৰ ম্যানমাৰলৈ এটা ৰে’ল পথ নিৰ্মাণ কৰি দুয়োখন দেশৰ মাজত সংযোগ স্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰক।

ত্ৰিপুৰাৰ ধলাই জিলাৰ জৱাহৰ নগৰৰ পৰা মিজোৰামৰ ডাৰলয়ানৰ মাজেৰে ম্যানমাৰৰ কলাইলৈ ৰে’ল চলাচল আৰম্ভ কৰি যোগাযোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়ায়।

ৰাজ্য চৰকাৰে আগবঢ়োৱা এই প্ৰস্তাৱ অনুসৰি ত্ৰিপুৰা আৰু ম্যানমাৰৰ মাজৰ এই পথছোৱাৰ দুৰত্ব হ’ব ২৫৭ কিলোমিটাৰ। আনহাতে ত্ৰিপুৰাৰ জৱাহৰ নগৰৰ পৰা মিজোৰামৰ ডাৰলয়ানলৈকে দূৰত্ব হৈছে মাত্ৰ ১০৯ কিলোমিটাৰ।

উল্লেখ্য যে ১০ এপ্ৰিলত আগৰতলাত অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকতে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে উক্ত ৰে’ল সম্প্ৰসাৰণৰ বিষয়টো উত্থাপন কৰিছিল।

এই প্ৰসংগত মুখ্য মন্ত্ৰী দেবে কয় যে যদিহে আমি আগবঢ়োৱা প্ৰস্তাৱটো কাৰ্যকৰী হয় তেনেহ’লে উত্তৰ-পূবৰ সৈতে ম্যানমাৰৰ মাজৰ সম্পৰ্ক ত্বৰাণ্বিত হোৱাৰ লগতে বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰতো দুয়োখন দেশে অন্য দিশলৈ গতি কৰিব।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd