• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰাবাট নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিনামূলীয়া কেম’থেৰাপিৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 11:25 am
281
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগৰ চিকিৎসা ব্যয়বহুল হোৱাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকলে এই চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে। ফলত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তি সকলে বিনা চিকিৎসাৰেই মৃত্যু মুখত পৰে।

গতিকে এই কথাৰ প্ৰতি লক্ষ্য ৰাখি যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু গৱেষণা প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিক কৰ্কট ৰোগৰ ব্যয় বহুল চিকিৎসা কেম’থেৰাপি বিনামূলীয়াকৈ দিয়াৰ দৰে এক উল পদক্ষেপ গ্ৰহণ কৰিছে।

যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ডাঃ এন এন বৰুৱাই এই কথা ঘোষণা কৰি কয় যে এখন ব্যক্তিগত হস্পিতালত সকলোকে বিনামূলীয়া এই কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰা সম্ভৱ নহয়। অৱশ্যে তেওঁ এই পদক্ষেপৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকল যথেষ্টভাৱে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

কৰ্কট ৰোগৰ ব্ৰেইন আৰু ডিঙিৰ শল্যচিকিৎসক তথা জিনেভাৰ আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ নিয়ন্ত্ৰণ সংস্থাৰ সদস্য ডাঃ বৰুৱাই কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকলৰ জীৱন কৰ্কট ৰোগে আৰু দুৰ্বিষহ কৰি তুলে।

আনহাতে তেওঁ এই বিনামূলীয়া কৰ্কট ৰোগ কেম’থেৰাপিৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায় ১০০ ৰোগীয়ে সকাহ পাব তথা লাভৱাম্বিত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কেম’থেৰাপি কৰ্কট ৰোগীৰ বাবে এক ব্যৱস্থাগত পদ্ধতি টি শৰীৰৰ নলীৰ আকৃতিৰ অংগ আৰু টিউমাৰ কোষ মৰাত সহায় কৰে। আৰু এই কেম’থেৰাপি বহু ব্যয় বহুল হোৱাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকলে ইয়াক গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰে।

Recent News

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

এইবাৰ লণ্ডনত উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ভাঙি পৰিল বিমান! ৰাণৱেৰ ওচৰতে বিস্ফোৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd