• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাইশ্ৰাম ছিলালৈ ‘মেইটে চানু ২০১৭’ মুকুট

সভাপতি ছামম by সভাপতি ছামম
December 24, 2017 8:47 pm
117
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নিশা ইম্ফলৰ পেলেছ চৌহদত অৱস্থিত ভাগ্যচন্দ্ৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত এক পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতাত পশ্চিম ইম্ফল জিলাৰ পিছোম নিনগম লেইকাইৰ লাইশ্ৰাম ছিলা ছানুয়ে ‘মেইটে চানু ২০১৭’ মুকুট অৰ্জন কৰে। প্ৰতিযোগিতাখনত পূব ইম্ফল জিলাৰ ৫ নং খংমাং অঞ্চলৰ চাইখম ধাফেনি আৰু কাকিচং জিলাৰ লাইশ্ৰাম ছোনীয়া চানুয়ে ক্ৰমে প্ৰথম ৰানাৰ্চ আপ আৰু দ্বিতীয় ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে। আনহাতে পূব ইম্ফল জিলাৰ চিৰাম প্ৰিয়চৰচিনিয়ে ধুনীয়া হাঁহিৰ খিতাপ অৰ্জাৰ বিপৰীতে এল চিলালৈ ধুনীয়া চুলিৰ খিতাপ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে মণিপুৰৰ পবিত্ৰ ছনমাহি ধৰ্মৰ পৰম্পৰা তথা ৰীতি-নীতি মেইটে মহিলা সকলক পৰিচয় কৰাৰ উদ্দেশ্যে লেইনিংথৌ ছনমাহী ছানাপুং নামৰ মণিপুৰৰ এটা স্থানীয় সংগঠনে উক্ত সৌন্দৰ্য প্ৰতিযোগিতাখন আয়োজিত কৰিছিল। সৌন্দৰ্য প্ৰতিযোগিতাখনৰ অংশ হিচাপে প্ৰতিযোগী সকলে গ্ৰেণ্ড ফিনালেৰ পূৰ্বে কেইবাটাও স্তৰ পাৰ হৈ আহিছে য’ত তেওঁলোকে বিভিন্ন ধৰণৰ পৰম্পৰাগত ৰীতি-নীতি আৰু কাৰ্যসূচীত অংশ লয়।

Recent News

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

পশ্চিম কাৰ্বি আংলঙত ১৪০০ৰো অধিক বিৰোধী সদস্যৰ বিজেপিত যোগদান

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

কোনো ভাৰতীয়ই কেতিয়াও পাহৰি নাযায় সেই সময়- জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী মোদী

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

বোকাখাতৰ চিআৰপিএফ শিবিৰত গ্ৰেনেড বিস্ফোৰণ

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

মুঠ কিমান লোকৰ মৃত্যু হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত? পৰিসংখ্যা প্ৰকাশ কৰিলে গুজৰাট চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd