• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শক্তি মন্ত্র্যালয়ৰ উদ্যোগত আজি ৰাজ্যজুৰি গ্ৰাম শক্তি দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 1:51 pm
Swarajya
120
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ শক্তি মন্ত্র্যালয়ে ‘গ্ৰাম স্বৰাজ অভিযান’ৰ বিষয়ে গাঁৱৰ ৰাইজক সজাগ কৰি তুলিবলৈ যোৱা ১৪ এপ্ৰিলৰ পৰা ৫ মে’লৈকে ‘চবকা সাথ, চবকা গাঁও, চবকা বিকাশ’ নামৰ এক বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

এই অভিযানৰ যোগেদি ’এনাৰ্জি এফিচিয়েন্সি ছাৰ্ভিচেছ লিমিটেড’ (ইইএছএল) ৩,০৪২খন নিৰ্বাচিত গাঁৱত কাম-কাজ চলাবলৈ কেইটামান সজাগতা গোটক দায়িত্ব দিয়া হৈছে। এই গোটসমূহে ম’বাইল ভানৰ সহায়ত প্ৰচাৰ চলাই এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে উজ্জ্বলা আঁচনিৰ অধীনত ৯ কিলোৱাট সামৰ্থ্যৰ এলইডি বাল্ব গাঁৱৰ উপভোক্তাসকলক বিতৰণ কৰি আছে।

উল্লেখযোগ্য যে ইইএছএলে এই কামৰ বাবে সমগ্ৰ ৰাজ্যখনতে মুঠ ২০০খন ম’বাইল ভান ব্যৱহাৰ কৰিছে। এই সময়ছোৱাৰ ভিতৰত ম’বাইল ভানসমূহে একোখন নিৰ্দিষ্ট গাঁও অন্ততঃ দুবাৰকৈ ভ্ৰমণ কৰিব। এই প্ৰচাৰ অভিযানৰ অধীনত কৰি থকা কামসমূহ হ’ল প্ৰতিঘৰতে মাত্ৰ ৫০ টকা মূল্যত এলইডি বাল্ব যোগান, যিকোনো কাৰিকৰী বিজুতিৰ বাবে এই এলইডি বাল্ববোৰৰ তিনি বছৰীয়া ৱাৰেণ্টী থাকিব আৰু এপিডিচিএলৰ প্ৰতিটো বৈদ্যুতিক উপ-সংমণ্ডলৰ ‘উজ্জ্বলা’ কাউণ্টাৰৰ পৰা তাক সলনি কৰিব পৰা যাব। উল্লেখযোগ্য যে এলইডি বাল্বে যে সাধাৰণ বাল্বতকৈ  ৮০শতাংশ পৰ্যন্ত শক্তি ৰাহি কৰে, সেই বিষয়ে জনসাধাৰণক জ্ঞাত কৰাটোও এই দিৱসৰ অন্যতম তাৎপৰ্য।

আনহাতে আজি (২৮ এপ্ৰিলত) সমগ্ৰ ৰাজ্যতে ‘গ্ৰাম স্বৰাজ অভিযান’ৰ অন্তৰ্গত ‘গ্ৰাম শক্তি দিৱস’ পালন কৰা হ’ব। এই দিৱসত প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত চৰকাৰৰ ‘সৌভাগ্য’ আৰু ‘উজ্জ্বলা’ আঁচনিৰ বিষয়ে সবিশেষ প্ৰদৰ্শন কৰা হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd