• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষা বিষয়াৰ চহী জালিয়াতি কৰি নিলম্বিত হ’ল সোণাৰিৰ মঞ্জুশ্ৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 10:48 pm
141
VIEWS
Share on FacebookShare on Twitter

শিক্ষকতাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত চৰাইদেউ জিলাৰ সোণাৰিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে শিক্ষা বিষয়াৰ চহী জালিয়াতি কৰি নিলম্বিত হ’ব লগা হয়।

উল্লেখযোগ্য যে সোণাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ মঞ্জুশ্ৰী বাগিচা প্ৰাথমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক যোগেশ সোণাৰে বেংকৰ ঋণৰ প্ৰ-পত্ৰত সোণাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰবীণ বৰুৱাৰ চহী জালিয়াতি কৰি বেংকত জমা দিয়ে।

ইফালে ভাৰতীয় ষ্টেট বেংকৰ সোণাৰি শাখাত প্ৰধান শিক্ষক সোণাৰে জমা দিয়া নথি-পত্ৰত থকা শিক্ষা বিষয়া গৰাকীৰ চহীৰ ওপৰত সন্দেহ ওপজাত শিক্ষা বিষয়া গৰাকীক বেংকলৈ মাতি পঠিয়াই।

শিক্ষা বিষয়া গৰাকী বেংকত উপস্থিত হোৱাৰ লগে লগে ঘটনাৰ প্ৰকৃত কথা উলাই পৰে। শিক্ষা বিষয়া গৰাকীয়ে বেংকৰ নথি-পত্ৰত থকা স্বাক্ষৰ তেওঁৰ নহয় বুলি স্পষ্ট কৰি দিয়ে। ফলত প্ৰধান শিক্ষক জনৰ জালিয়াতিৰ কথা উলাই পৰে।

লগতে শিক্ষা বিষয়া গৰাকীয়ে চৰাইদেউ জিলাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকক লিখিতভাৱে ঘটনা সন্দৰ্ভত অৱগত কৰে। ফলত উপ-পৰিদৰ্শক গৰাকীয়ে ঘটনাৰ তদন্ত কৰি প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা বিষয়া গৰাকীৰ চহী জালিয়াতি কৰা বুলি প্ৰমাণিত হোৱাত প্ৰধান শিক্ষক গৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd