NORTHEAST NOW (Assamese)

শেহতীয়া খবৰ : ৰাজ্য চৰকাৰৰ নতুন মহাধিবক্তা নিযুক্তি

November 17, 2017 12:16 pm · এন ই নিউজ ব্যুৰো, গুৱাহাটী, ১৭ নৱেম্বৰ:
Updated: November 17, 2017 12:20 pm

অসম চৰকাৰে ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইক ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ। বৰপাত্ৰ গোহাঁই চিন্ময় চৌধুৰীৰ স্থানত স্থলাভিষিক্ত হ’’ব।

Related News