• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বিলঙৰ বাস্তৱ জীৱনৰ কাহিনীৰে প্ৰকাশ পাব ‘পীপুল কলড্ শ্বিলং’ নামৰ গ্ৰন্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 12:38 pm
people-called-shillong-678x381
155
VIEWS
Share on FacebookShare on Twitter

শ্বিলঙৰ বাস্তৱ জীৱনৰ কাহিনীৰে ‘পীপুল কলড্ শ্বিলং’ শিৰোণামাৰে এখন চুটিগল্প সংকলণ প্ৰকাশৰ বাবে সাজু হৈ উঠিছে।

‘পীপুল প্লেচ প্ৰজেক্ট’ নামৰ সংস্থাটোৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে জনসাধাৰণৰ পৰা কাহিনী সংগ্ৰহ কৰিবলৈ বিভিন্ন ধৰণে প্ৰচাৰ চলাইছে আৰু চহৰখনৰ সামগ্ৰিক বৰ্ণনাৰ পৰা পাঠোদ্ধাৰ কৰি কাহিনীসমূহ ৰচনা কৰা হৈছে।

ইয়াত এগৰাকী ব্যক্তিৰ দৃষ্টিৰে এখন ঠাই পৰ্যবেক্ষণ কৰি তেওঁলোকে কোৱা কাহিনীবোৰ লিখি উলিওৱা হৈছে।

গ্ৰন্থখনৰ কিছু অংশৰ পাঠৰ অনুষ্ঠান এটা অহা ৩১ জানুৱাৰীত শ্বিলঙৰ ডিলন’ছ কাফেত সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ অনুষ্ঠিত হ’ব।

অনাবিল পাহাৰীয়া চহৰখনৰ কাহিনীৰ এক সংকলন এই গ্ৰন্থখনে চহৰখনৰ অন্তৰ আৰু আত্মাক ধৰি ৰখাৰ প্ৰয়াস কৰিছে। ইয়াত চহৰখনৰ বৰ্ণময় বৈচিত্ৰ্য আৰু পৰম্পৰাগত চিত্ৰকল্পৰ বাহিৰেও ভৌগলিক চৰিত্ৰৰ নান্দনিকতাত অৱগাহন কৰা হৈছে।

এলেথিয়া অ’নীল ক্যান্তা. অৰ্জুন চাকি, আছুইন উইন্টাৰ জাপাং, ইউডোৰা খঙলাহ, জাগৃতি ঝুনঝুনৱালা, মে’বৰ্ণ লিংডো, প্ৰেম ছৰিত আচাৰ্য, নিশিগন্ধা কেৰুৰ, প্ৰিয়ংকা ছিম্পি, ৰাজীৱ লালু, শ্ৰিতি দাস, শ্বেতা ৰাজ কানৱাৰ, শ্ৰীৰাম নটৰাজন, সুচিতা মুন্ধ্ৰা আৰু ভেনকউভাৰ ছুল্লাইৰ দৰে মেঘালয়ৰ বহু লেখকে শ্বিলঙৰ ভিন্নৰঙী দিশৰ চিত্ৰণ অংকিত কৰিছে।

গ্ৰন্থখনে সৰু চহৰখনৰ পুৰণি লোক জীৱনৰ পৰা আৰম্ভ কৰি আধুনিক সময়ৰ জটিল দৈনন্দিন জীৱনলৈকে বহুবৰ্ণী কাহিনী সন্নিৱিষ্ট কৰিছে।

‘পীপুল কলড্ শ্বিলং’ হৈছে এই ধাৰাবাহিকৰ তৃতীয়খন সংকলন। ইয়াৰ আগেয়ে মুম্বাই আৰু আহমেদাবাদৰ সংকলন দুখন প্ৰকাশ পাইছিল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd