• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2025 1:39 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত হানিমুনৰ সময়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোণম ৰঘুবংশীয়ে জামিন আৱেদন দাখিল কৰিছে।

চোহৰা মহকুমাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে তেওঁৰ আবেদনৰ শুনানিৰ বাবে ১৭ ছেপ্টেম্বৰ ধাৰ্য কৰিছে।

Apply Now

অতিৰিক্ত চৰকাৰী প্ৰচিকিউটৰ তুষাৰ চন্দ্ৰই কয় যে শুকুৰবাৰেই এই আবেদন দাখিল কৰা হৈছিল যদিও বিচাৰকে গোচৰৰ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ সময় বিচাৰিছিল।

ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত দাখিল কৰা অভিযোগনামাত “ত্ৰুটি” আছে বুলি দাবী কৰিছে সোণমৰ অধিবক্তাই।

ৰাজ্যখনত হানিমুনলৈ যোৱাৰ সময়তে ছ’হৰাৰ ৱেইছ’ডঙৰ সমীপৰ নিৰ্জন পাৰ্কিং ল’টত তিনিজন ভাৰাতীয়া গুণ্ডাই ৰাজা ৰঘুবংশীক হত্যা কৰে। তেওঁৰ পত্নী আৰু প্ৰেমিক ৰাজ কুশৱাহাই হত্যাকাণ্ডৰ পৰিকল্পনা কৰা বুলি অভিযোগ উঠিছে।

মে’ মাহত মেঘালয়ৰ পৰা ৰাজা আৰু সোণম নিৰুদ্দেশ হোৱাৰ ফলত দেশজুৰি তালাচী অভিযান আৰম্ভ হয়। অৱশেষত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয় আৰু মেঘালয়ৰ পৰা অহা তদন্তকাৰীয়ে আন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ সময়তে সোণমে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ আগত আত্মসমৰ্পন কৰে।

যোৱা সপ্তাহত আৰক্ষীয়ে সোণম, ৰাজ আৰু তিনিজন ভাৰাতীয়া হত্যাকাৰী বিশাল সিং চৌহান, আকাশ ৰাজপুত, আৰু আনন্দ কুৰ্মীৰ বিৰুদ্ধে ৭৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

July 2, 2026 3:19 pm
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

July 2, 2026 3:16 pm
‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

July 2, 2026 3:13 pm
বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

July 2, 2026 3:19 pm
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

July 2, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd