শ্বেতা হত্যাকাণ্ড : অভিযুক্ত গোবিন্দৰ সম্পৰ্কে ৫ টা নতুন তথ্য

Swetta-1

মৰণোত্তৰ পৰীক্ষাৰ পিছত শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নতুন তথ্য উদঘাটন হৈছে। উক্ত তথ্য মতে মেধাৱী ছত্ৰী গৰাকীৰ হত্যাকাণ্ডত চোকা অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে যোৱা সোমবাৰে গোবিন্দ সিংঘালৰ ঘৰত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পিছদিনাই আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দ সিংঘালৰ সৈতে মুঠ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত গোবিন্দ সিংঘালৰ বিষয়ে মন কৰিব লগীয়া কিছু তথ্য ইয়াত সন্নিবিষ্ট কৰা হৈছে।