• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰৰ ঘৰত ওলাল ১,০৫৫ টা চিলাই মেচিন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2018 8:42 am
SCAM

প্ৰতিনিধিত্বমূলক চিত্ৰ উৎস : ইণ্টাৰনেট

112
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে ৰাজ্যত সংঘটিত হোৱা বিয়োগোম বিয়াগোম কেলেংকাৰী সমূহে এতিয়া নতুন মোৰ লোৱা দেখিবলৈ পোৱা গৈছে। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনৰ দিনতে সমাজ কল্যাণ বিভাগত সংঘটিত হোৱা ২,২৫০ কোটি টকীয়া বৃহৎ কেলেংকাৰীটোৰো সোমবাৰে উদঘাটন হৈছে কিছু ন ন তথ্য।

কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ পৱন কুমাৰ আগৰৱালাৰ গুদামৰ পৰা সোমবাৰে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযান চলাই জব্দ কৰে ১,০৫৫ টা চিলাই মেচিন।

বৰ্তমান জামিনত থকা গ্ল’বেল ইণ্ডিয়াৰ স্বত্বাধিকাৰী ঠিকাদাৰ পৱন আগৰৱালাই ১,০৩০ টাকৈ চিলাই মেচিন নিজৰ গুদামত মজুত কৰি ৰখা বুলি আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিতেই সোমবাৰে তদন্তকাৰী আৰক্ষীয়ে চিলাই মেচিনসমূহ জব্দ কৰে।

উল্লেখ্য যে সমাজ কল্যাণ বিভাগত বিগত ২০১৪-১৫ বৰ্ষত ইন্দিৰা গান্ধী মাতৃত্ব সহযোগ যোজনাৰ ধনৰ অপব্যৱহাৰ কৰি কংগ্ৰেছ চৰকাৰে বৃহৎ পৰিমাণৰ চিলাই মেচিন ক্ৰয় কৰিছিল। আৰু সেই সুবিধা গ্ৰহণ কৰিয়ে একাংশ কংগ্ৰেছৰ ঘনিষ্ঠ দালালে দুৰ্নীতি সংঘটিত কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছে।

সোমবাৰে অভিযানকাৰী দলটোৱে জব্দ কৰা চিলাই মেচিনৰ বজাৰ মূল্য প্ৰায় ৯৪ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।

Recent News

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd