• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিক মানবেন্দ্র ভট্টাচাৰ্যৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 8:40 pm
104
VIEWS
Share on FacebookShare on Twitter

দৈনিক অসমৰ জ্যেষ্ঠ উপ সম্পাদক মানৱেন্দ্ৰ ভট্টাচাৰ্যৰ আজি দুপৰীয়া প্ৰায় ১১ বজাত এক দুৰ্ঘটনাত কৰুণভাৱে মৃত্যু হয় ৷

মহানগৰীৰ বশিষ্ঠৰ গণেশ নগৰৰ বাসভৱনত বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা ভট্টাচাৰ্যৰ বয়স হৈছিল ৪৫ বছৰ ৷

গল্পকাৰ আৰু অভিনেতা হিচাপেও পৰিচিত ভট্টাচাৰ্যই শেহতীয়াকৈ মুক্তি পোৱা “এই মাটিতে’ আৰু ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱা “তোৰ মোৰ ফকটীয়া লাভষ্টৰী’ নামৰ ছবিত অভিনয় কৰিছিল ৷

সমাহাৰ নাট্যগোষ্ঠীৰ সৈতে জড়িত ভট্টাচাৰ্যই বহসংখ্যক মঞ্চ নাটতো অভিনয় কৰিছিল ৷

তেওঁৰ প্ৰকাশিত গ্ৰন্থপুথি তিনিখন হৈছে “ৰঙীণ শাৰী”, “ইচ্ছা মৃত্যু” আৰু “কোমলতাৰ গদ্য”৷

দৈনিক অসমৰ পূৰ্বে “দৈনিক অগ্ৰদূত”তো সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা ভট্টাচাৰ্যই মাতৃ, পত্নী আৰু দুই নাবালক পুত্ৰক এৰি থৈ যায় ৷ কাইলৈ সাংবাদিকগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷

ভট্টাচাৰ্যৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক শোক ৱাৰ্তাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বিশিষ্ট সংবাদ কৰ্মী গৰাকীয়ে ঐতিহ্যমণ্ডিত দৈনিক অসম কাকতত নিষ্ঠা সহকাৰে সম্পাদনাৰ দৰে দায়িত্ব পালন কৰি সংবাদ গোষ্ঠীটোলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ উপৰি সংবাদ সেৱাৰ সামগ্ৰিক দিশটোলৈও বহুমূলীয়া অৱদান আগবঢ়াই গৈছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd