• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহিত্য একাডেমিৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হ’ব দুদিনীয়া জনজাতীয় সাহিত্য উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 9:31 am
Sahitya_Akademi_Award_banner
118
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় সংস্থা সাহিত্য একাডেমিয়ে অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ইয়াৰ বাৰ্ষিক সাহিত্য উৎসৱত ‘পূবলৈ চোৱা’ নীতি অনুসৰণ কৰিব। অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে নতুন দিল্লীত এই সাহিত্য উৎসৱ অনুষ্ঠিত হ’ব।

সাহিত্য একাডেমিয়ে নিজৰ পৰম্পৰাগত চৰ্চাৰ পৰা বাহিৰলৈ আহি দুদিনীয়াকৈ এই উৎসৱৰ মাজতে অনুষ্ঠিত কৰিব লোক সাহিত্য তথা জনজাতীয় সাহিত্যৰ উৎসৱ।

বিভিন্ন ভাষাক প্ৰতিনিধিত্ব কৰা ৩০ গৰাকী জনজাতীয় কবিয়ে ইয়াত অংশগ্ৰহণ কৰিব। দেশৰ ৩০০তকৈয়ো কম লোকে ব্যৱহাৰ কৰা ভাষাৰ প্ৰতিনিধয়েও ইয়াত উপস্থিত থাকিব।

এই অনুষ্ঠানত উপস্থিত থাকিবলৈ সন্মতি প্ৰদান কৰা ৩৪ গৰাকী জনজাতীয় কবিৰ ভিতৰত ১৪ গৰাকী প্ৰতিনিধি উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যকেইখন ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, অসম আৰু ছিকিমৰ পৰা আহিব।

উত্তৰ পূৰ্বাঞ্চলক মুলসুঁতিৰ সৈতে সম্পৰ্কিত কৰাৰ বাবে কেন্দ্ৰই যথেষ্ট সময় আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু শাসকীয় বিজেপি দলেও নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয় আৰু ত্ৰিপুৰাৰ শাসকীয় চৰকাৰ দুখনক ওফৰোৱাৰ প্ৰয়াস চলাইছে।

এই দুয়োখন ৰাজ্যতে জনজাতীয় ভোটাৰসকলে কোনফালে ঢাল খায় সেয়া নিৰ্বাচনী ফলাফলে স্পষ্ট কৰিব।

এই সাহিত্য উৎসৱত প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিবলগীয়া ভাষাসমূহৰ ভিতৰত আছে ছিকিমৰ ভূটিয়া, মণিপুৰৰ মাৰম আৰু মাও, অৰুণাচল প্ৰদেশৰ নিয়িশি আৰু টটোৰ দেশখনত মাত্ৰ ৩০০ মানকৈহে ভাষাটো কোৱা লোক আছে।

Recent News

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd