• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণাৰি সেনা চাউনীৰ দ্বাৰা সোণাৰি মহাবিদ্যালয়ত বৃত্তিমুখী পৰামৰ্শ কাৰ্যসূচী ৰূপায়ন

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
May 23, 2018 9:01 pm
IMG-20180523-WA0094
93
VIEWS
Share on FacebookShare on Twitter

আজি সেনাৰ ডাও ডিভিজনৰ অন্তৰ্গত সোণাৰি সেনা চাউনিয়ে যুৱ চামৰ বাবে এটা বৃত্তিমুখী আৰু ব্যক্তিত্ব বিকাশ কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীটো নিজকে প্ৰকাশ কৰিব বিচাৰা ছাত্ৰ ছাত্ৰীসকলক এখন মঞ্চ প্ৰদান কৰাৰ এটা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত।

কাৰ্যসূচীটোৰ সৈতে সংগতি ৰাখি  ছাত্ৰ ছাত্ৰীসকলক সেনা বাহিনী, অসামৰিক প্ৰশাসন আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ ব্যক্তিসকলৰ সৈতে মত বিনিময়ৰ সুযোগ প্ৰদান কৰা হৈছিল। মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলে ছিনিয়ৰ ছেকেণ্ডাৰীৰ পাছত উপলব্ধ হোৱা বৃত্তিসমূহৰ বিষয়ে অৱগত হোৱাৰ বাবে নিজৰ প্ৰশ্নৰ উত্তৰ লাভ কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল।

এই কাৰ্যসূচীটোত ২৫০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। সেনা বাহিনীক এটা বৃত্তি হিচাপে গ্ৰহণ কৰাৰ লাভ সম্পৰ্কে এটা ভাষণৰ আয়োজন কৰিছিল সোণাৰি সেনা চাউনীয়ে। আগ্ৰহী শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰপত্ৰ বিতৰণৰ বাবে এটা ষ্টলৰ ব্যৱস্থা কৰা হৈছিল। এইটো কাৰ্যসূচীক চৰাইদেউ জিলাৰ জনসাধাৰণে উচ্চ প্ৰশংসা কৰাৰ লগতে সেনা বাহিনীৰ প্ৰতি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

Recent News

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd