• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বাধিক কাল মুখ্য মন্ত্ৰীৰ পদত থকাৰ অভিলেখ ছিকিমৰ পৱন কুমাৰ চামলিঙৰ

সাগৰ ছেত্ৰি by সাগৰ ছেত্ৰি
April 28, 2018 10:59 pm
sikkim CM pawan kumar chamling
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জ্যোতি বসুৰ অভিলেখ ভাঙি দেশৰ ভিতৰতে আটাইতকৈ বেছিকালৰ বাবে পদবীত থকা মুখ্য মন্ত্ৰীত পৰিণত হৈছে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন কুমাৰ চামলিং ( Chamling )।

সৰ্বাধিক সময়ৰ বাবে মুখ্য মন্ত্ৰী হৈ থকাৰ এই অভিলেখ চামলিঙে ছিকিমৰ ৰাইজলৈ উচৰ্গা কৰিছে।

ছিকিমৰ জনসাধাৰণৰ সমৰ্থন আৰু সহযোগিতাৰ বাবেই তেওঁ এই অভিলেখ ভাঙিব পাৰিলে বুলি উল্লেখ কৰি এক বিবৃতিত চাম্লিঙে কয় ‘এই ব্যক্তিগত মাইলৰ খুঁটি অতিক্ৰম কৰা সময়ত দুই দশকতকৈও অধিক কালজোৰা এই যাত্ৰাত ভাগ দিয়া সকলোকে মই মৰমেৰে স্মৰণ কৰিব খুজিছো। ৰে’কৰ্ডসংখ্যক পাঁচ বাৰৰ বাবে জনাদেশ দি মোৰ ওপৰত আস্থা ৰখাৰ বাবে প্ৰথমেই ছিকিমৰ জনসাধাৰণক মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিছো।’

জ্যোতি বসুক তেওঁ সৰ্বাধিক সন্মান কৰা এগৰাকী মহান ৰাষ্ট্ৰনেতা বুলি মন্তব্য কৰি চাম্লিঙে লগতে কয় ‘এই গুৰুত্বপূৰ্ণ মুহূৰ্তত প্ৰয়াত জ্যোতি বসুৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা জনাইছো।… মই সৌভাগ্যৱান যে সৰ্বাধিক সময়ৰ বাবে মুখ্য মন্ত্ৰী হৈ থকাৰ তেওঁৰ ৰে’কৰ্ড মই অতিক্ৰম কৰিছো।’

তেওঁ কয় যে দুখীয়াসকল আৰু জনসাধাৰণৰ হিতকৰ নীতিৰে তেওঁৰ ২৩ বছৰতকৈও অধিককালৰ শাসনত ছিকিমে সকলো ক্ষেত্ৰতে দ্ৰুত আৰু অভূতপূৰ্ব উন্নয়নৰ মুখ দেখিছে।

‘এই ২৩ বছৰ ৪ মাহ আৰু ১৭ দিনৰ কাৰ্য্যকালত মই সৰ্বোচ্চ আন্তৰিকতা আৰু নিষ্ঠাৰে কাম কৰিছো’ বুলি দাবী কৰি তেওঁ কয় ‘মোৰ কৰ্তব্যৰ পৰা মই এদিনো ছুটী লোৱা নাই।’

তেওঁ কয় যে দৰিদ্ৰতা-মুক্ত ৰাজ্য হিচাপে ছিকিমে শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দেশৰ শীৰ্ষত অৱস্থান কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘আমাৰ পৰিৱেশ-অনুকূল পৰ্য্যটন নীতিয়ে ছিকিমক আটাইতকৈ জনাজাত আৰু আটাইতকৈ আকৰ্ষণীয় পৰ্য্যটন থলীলৈ পৰিৱৰ্তিত কৰিলে।

সাগৰ ছেত্ৰি

সাগৰ ছেত্ৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am
গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

ভাঙি পৰিল বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A23A, আটাইতকৈ ডাঙৰ ভাসমান বৰফৰ খিতাপ হেৰুৱালে আইচবাৰ্গটোৱে

September 5, 2025 8:30 am
আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

আফগানিস্তানত পুনৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি; পাকিস্তান আৰু ভাৰততো অনুভূত কম্পন

September 5, 2025 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am
গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

গুৱাহাটীত মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে, টিকট বিক্ৰী আৰম্ভ

September 5, 2025 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd