• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বাধিক কাল মুখ্য মন্ত্ৰীৰ পদত থকাৰ অভিলেখ ছিকিমৰ পৱন কুমাৰ চামলিঙৰ

সাগৰ ছেত্ৰি by সাগৰ ছেত্ৰি
April 28, 2018 10:59 pm
sikkim CM pawan kumar chamling
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জ্যোতি বসুৰ অভিলেখ ভাঙি দেশৰ ভিতৰতে আটাইতকৈ বেছিকালৰ বাবে পদবীত থকা মুখ্য মন্ত্ৰীত পৰিণত হৈছে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন কুমাৰ চামলিং ( Chamling )।

সৰ্বাধিক সময়ৰ বাবে মুখ্য মন্ত্ৰী হৈ থকাৰ এই অভিলেখ চামলিঙে ছিকিমৰ ৰাইজলৈ উচৰ্গা কৰিছে।

Apply Now

ছিকিমৰ জনসাধাৰণৰ সমৰ্থন আৰু সহযোগিতাৰ বাবেই তেওঁ এই অভিলেখ ভাঙিব পাৰিলে বুলি উল্লেখ কৰি এক বিবৃতিত চাম্লিঙে কয় ‘এই ব্যক্তিগত মাইলৰ খুঁটি অতিক্ৰম কৰা সময়ত দুই দশকতকৈও অধিক কালজোৰা এই যাত্ৰাত ভাগ দিয়া সকলোকে মই মৰমেৰে স্মৰণ কৰিব খুজিছো। ৰে’কৰ্ডসংখ্যক পাঁচ বাৰৰ বাবে জনাদেশ দি মোৰ ওপৰত আস্থা ৰখাৰ বাবে প্ৰথমেই ছিকিমৰ জনসাধাৰণক মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিছো।’

জ্যোতি বসুক তেওঁ সৰ্বাধিক সন্মান কৰা এগৰাকী মহান ৰাষ্ট্ৰনেতা বুলি মন্তব্য কৰি চাম্লিঙে লগতে কয় ‘এই গুৰুত্বপূৰ্ণ মুহূৰ্তত প্ৰয়াত জ্যোতি বসুৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা জনাইছো।… মই সৌভাগ্যৱান যে সৰ্বাধিক সময়ৰ বাবে মুখ্য মন্ত্ৰী হৈ থকাৰ তেওঁৰ ৰে’কৰ্ড মই অতিক্ৰম কৰিছো।’

তেওঁ কয় যে দুখীয়াসকল আৰু জনসাধাৰণৰ হিতকৰ নীতিৰে তেওঁৰ ২৩ বছৰতকৈও অধিককালৰ শাসনত ছিকিমে সকলো ক্ষেত্ৰতে দ্ৰুত আৰু অভূতপূৰ্ব উন্নয়নৰ মুখ দেখিছে।

‘এই ২৩ বছৰ ৪ মাহ আৰু ১৭ দিনৰ কাৰ্য্যকালত মই সৰ্বোচ্চ আন্তৰিকতা আৰু নিষ্ঠাৰে কাম কৰিছো’ বুলি দাবী কৰি তেওঁ কয় ‘মোৰ কৰ্তব্যৰ পৰা মই এদিনো ছুটী লোৱা নাই।’

তেওঁ কয় যে দৰিদ্ৰতা-মুক্ত ৰাজ্য হিচাপে ছিকিমে শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দেশৰ শীৰ্ষত অৱস্থান কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘আমাৰ পৰিৱেশ-অনুকূল পৰ্য্যটন নীতিয়ে ছিকিমক আটাইতকৈ জনাজাত আৰু আটাইতকৈ আকৰ্ষণীয় পৰ্য্যটন থলীলৈ পৰিৱৰ্তিত কৰিলে।

সাগৰ ছেত্ৰি

সাগৰ ছেত্ৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd