• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৃদয় বিদাৰক ঘটনা : নগাঁৱৰ শিয়ালমাৰীত কলঙৰ বাঢ়নী পানীত ডুব গ’ল মাতৃসহ তিনিটি শিশু

মিণ্টু দাস by মিণ্টু দাস
July 19, 2018 2:37 pm
176
VIEWS
Share on FacebookShare on Twitter

আজি এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ’ল নগাঁও চহৰৰ নিকটৱৰ্তী অঞ্চল শিয়ালমাৰীত। নগাঁও জিলাৰ কলঙৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে এগৰাকী মহিলাসহ তিনিটি কন্যা শিশুৰ।

উল্লেখযোগ্য যে কলঙ নৈৰ পাৰত আফ্ৰুজা বেগম নামৰ মহিলা গৰাকীয়ে কাপোৰ ধুই আছিল। আৰু কাষতে তেওঁৰ তিনিগৰাকী শিশুৱে খেলি আছিল। কিন্তু দুৰ্ভাগ্যবশত শিশু তিনিগৰাকী কলঙৰ বাঢ়নী পানীত পৰি ককবকাবলৈ ধৰে।

আনহাতে নিজৰ কন্যা শিশুকেইগৰাকীক বাঢ়নী পানীত পৰা দেখি শিশুকেইটিক উদ্ধাৰৰ উদ্দেশ্যে মাকেও কলঙৰ বাঢ়নী পানীত জাপ দিয়ে। কিন্তু শিশুকেইটিক উদ্ধাৰৰ পৰিৱৰ্তে নিজেও কলঙৰ বাঢ়নী পানীত ডুব যায়।

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি তাৎক্ষণিকভাৱে মহিলা গৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে কলঙৰ বাঢ়নী পানীত ডুব যোৱা মহিলাগৰাকীৰ তিনিটি শিশু ক্ৰমে জেচিন চুলতানা, জুলফা বেগম আৰু নাচৰিন বেগমৰ মাজৰ নাৰচিন বেগমৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে আন দুটি শিশুৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই।

বৰ্তমান শিশুকেইটিক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd