• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইত মহাৰানা প্ৰতাপ সিঙৰ ৪৭৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 9, 2018 5:33 pm
Birth Anniversary Of Maharana Pratap Singh
108
VIEWS
Share on FacebookShare on Twitter

হোজাইৰ মহাৰানা প্ৰতাপ উদয়পন সমিতি (এম পি ইউ এছ)এ আজি নগৰখনৰ জে কে কেডিয়া স্মৃতি ভৱনত মহাৰানা প্ৰতাপ সিঙৰ ৪৭৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰে।

এই উপলক্ষে অনুষ্ঠানৰ আৰম্ভণিতে হোজাইৰ জিলা উপায়ুক্তই মহান ৰাজপুট বীৰ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অৱৰপ্ৰাপ্ত অধ্যাপক তথা এম পি ইউ এছৰ উপদেষ্টা ব্যোমকেশ ভট্টচাৰ্যই কয়, ‘মহাৰানা প্ৰতাপ এগৰাকী মহান বীৰ আছিল, দেশৰ সন্মান আৰু অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত তেওঁ কাহানিও মোগল ৰজাৰ পক্ষ লোৱা নাছিল।’

এনে মহান ব্যক্তিসকলৰ পৰা অনুপ্ৰেৰণা লৈ আমি দেশত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা দেশৰ ভিতৰ তথা বাহিৰৰ সাম্প্ৰদায়িক শক্তি সমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিব লাগে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয়, ‘সংস্কৃতিক হেৰুৱা মানে পৰিচয় হেৰুৱা, এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্মক  আমাৰ ইতিহাস সম্পৰ্কে সজাগ কৰি তুলিব লাগিব অন্যথা আমাৰ চহকি সংস্কৃতি হেৰাই যাব।‘

এম পি ইউ এছৰ সভাপতি বিশ্বজিত চৌধুৰীয়ে কয় যে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰা মহান বীৰসকলক সুৱঁৰি অনুষ্ঠিত কৰা এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি আজিৰ প্ৰজন্মক আমাৰ দেশৰ সোণালী ইতিহাসৰ সৈতে চিনাকি কৰাব খোজো।

অনুষ্ঠানটোত এম পি ইউ এছৰ সদস্য মাণ্টু বেনাৰ্জি, অৰুণ দাস, অশোক গুপ্তাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Recent News

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd