• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 25, 2025 7:40 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সাধাৰণ সম্পাদক ৰাছেল হুছেইন, তথ্য আৰু প্ৰচাৰ বিভাগৰ তত্বাৱধায়ক দেবাংগ সৌৰভ গগৈ আৰু জাতীয় যুৱ বাহিনীৰ অংকুমান বৰদলৈয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ লোক নির্মাণ বিভাগত এতিয়া আইন, আৰু চৰকাৰী নীতি নিয়ম সম্পূৰ্ণৰূপে উপেক্ষিত হৈ পৰাৰ কথা তথ্যসহ দাঙি ধৰে। তেখেতে অভিযোগ কৰি কয় সঠিক প্ৰক্ৰিয়াৰ অবিহনেই কিছুমান বিশেষ ঠিকাদাৰী গোটক ঠিকা প্ৰদান কৰা হৈছে।

তেখেতে কালি ২৪ জুলাই তাৰিখ বৃহস্পতিবাৰে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ এখন সভাৰ বাবে নিৰ্মাণ হোৱা মঞ্চ-পেণ্ডেলৰ নামত প্রায় সম্পূৰ্ণ হোৱাৰ পাছত ৯২ লাখ টকাৰ নিবিদা আহ্বান প্ৰক্ৰিয়াৰ উদ্ধৃতি দি কয় যে পেণ্ডেল নিৰ্মাণৰ কাম প্রায় সম্পূৰ্ণ হোৱাৰ পাছতহে সভাৰ মাত্র দুদিন পূর্বে এদিনৰ সময় দি নিবিদা আহ্বান কৰা হৈছিল। ঠিক একেধৰণে, ২০২৩ চনৰ ‘মেগা বিহু’ অনুষ্ঠানৰ অস্থায়ী ভেন্যুৰ বাবেও পাঁচ মাহ পিছতহে নিবিদা আহ্বান কৰা হৈছিল, যাৰ জৰিয়তে বিতর্কিত ঠিকাদাৰী প্ৰতিষ্ঠান ‘কি কি’ য়ে ১২.৬৮ কোটি টকাৰ কাম লাভ কৰিছিল।

Apply Now

ইয়াৰ পিছতেই পুনৰ সৰু সজাইত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ বাবেও ‘কি কি’ গোটে ৮.৮৪ কোটি টকাৰে ঠিকা লাভ কৰে, য’ত অংশগ্ৰহণকাৰী আছিল কেৱল ‘কি কি’ আৰু তেওঁৰ ভাতৃ কমলজিৎ সিঙৰ মালিকানাধীন প্রতিষ্ঠানসমূহ- ACME Events & Expo আৰু Capital Overlays। এই সকলো ঠিকা একেলগে, বিনা প্রতিযোগিতাত, একেই পৰিয়ালৰ ভিতৰতে আৱন্টন হোৱাৰ ঘটনা লোক নির্মাণ বিভাগত চলি থকা গভীৰ ছিণ্ডিকেটতন্ত্ৰ আৰু স্বজন-তোষণৰ পৰিচয় দিয়ে। 

ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ মেৰামতিৰ বাবেও কমলজিৎ সিঙৰ Capital Overlays য়ে পাইছে ১.২৮ কোটি টকাৰ ঠিকা। সাধাৰণ সম্পাদক ৰাছেল হুছেইনে শেহতীয়াভাৱে লোক নিৰ্মাণ বিভাগৰ এগৰাকী অভিযন্তাৰ অকাল মৃত্যুৱে বিভাগটোত চলি থকা ব্যাপক অনিয়মৰ ভয়ংকৰ ছবি উন্মোচন কৰাৰ কথা উল্লেখ কৰি কয় যে ১২ কোটি টকীয়া মিনি ষ্টেডিয়াম নিৰ্মাণৰ অনিয়ম ধৰা নপৰিবলৈয়ে ‘ৱৰ্ক এষ্টিমেট’ প্ৰস্তুত কৰাৰ বাবে কার্যবাহী অভিযন্তা এছ ডি অ’ই হেঁচা দিছিল।

ৰাইজৰ দলে শীঘ্ৰেই সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত এখন তদন্ত আয়োগ গঠন কৰি দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনায়।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd