• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইৰ নীলবাগানৰ পথৰ দুৰৱস্থা; ঘোৰ নিদ্ৰাত বিধায়ক শিলাদিত্য দেব আৰু আব্দুৰ ৰহিম আজমল

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
August 8, 2018 6:46 pm
Hojai nilbagan dilapidated road
110
VIEWS
Share on FacebookShare on Twitter

হোজাই জিলাৰ নীলবাগানৰ অতি ব্যস্ততাপূৰ্ণ নীলবাগান-হোজাই, নীলবাগান-লংকা আৰু নীলবাগান-নগাওঁ সংযোগী গড়কাপ্তানি পথটোৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অভাৰ ব্ৰীজৰ তলত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতে অঞ্চলটোৰ ৰাইজক যমৰ যাতনা ভোগাইছে।

বিগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই পথচোৱাৰ কামত ব্যাপক অনিয়ম সংঘটিত কৰাত এতিয়া এজাক বৰষুণতে পথছোৱাৰ ওপৰৰ গাঁতত একাঁঠু পানী জমা হোৱাৰ লগতে এই পানী ওলাই যোৱাৰ উপযুক্ত নলাৰ ব্যৱস্থা নথকাত পথচাৰীৰ লগতে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি উক্ত পথৰ জৰাজীৰ্ণ অংশ মেৰামতিৰ কাৰণে দাবী জনাই অহাৰ পিছতো স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰা নাই। ৰাইজৰ অভিযোগ অনুসৰি উৰনীয়া সেঁতুৰ তলত অবৈধভাৱে ন’পাৰ্কিঙৰ ঠাইত পাৰ্কিং কৰাৰ ফলত এইদৰে পথছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে আজি কিছুদিন পূৰ্বে বিভিন্ন দল-সংগঠনৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছিল, কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি স্থানীয় প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ এই পথেৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, হোজাইৰ বিধায়ক শিলাদিত্য দেব, যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ লগতে মিত্ৰজোট চৰকাৰৰ ৰথি-মহাৰথি সকলৰ পৰা আৰম্ভ কৰি আৰ এছ এছৰ নেতাসকল অহা যোৱা কৰে যদিও মাহৰ পিছত মাহ ধৰি এইদৰে থকা ঠাইখনৰ কথা কাৰো চকুত নাই পৰা বুলি ৰাইজে মন্তব্য কৰিছে।

অতি শীঘ্ৰে পথচোৱাৰ পুখুৰী সদৃশ গাঁতবোৰ মেৰমতি নকৰিলে ৰাইজে স্থানীয় দল-সংগঠনৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ৷

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd