• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২ মেৰ পৰা নেপালত অনুষ্ঠিত হ’ব জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 5:23 pm
Representational image of Kathmandu
161
VIEWS
Share on FacebookShare on Twitter

চলিত বছৰৰ মে মাহৰ ২ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৮ম সংখ্যক জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলনখন নেপালত অনুষ্ঠিত হ’ব।

জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলনখন নেপাল চৰকাৰৰ জলসিঞ্চন বিভাগ আৰু আন্তৰ্জাতিক জলসিঞ্চন আৰু জলনিষ্কাশন আয়োগৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। দেশখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ সন্মিলনখন।

লক্ষ্যণীয় যে বিভিন্ন ঠাইৰ পৰা বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু জলসিঞ্চন আৰু জলনিষ্কাশনৰ চৰকাৰী বিষয়া তথা জল সম্পদৰ বিষয়া সহিতে প্ৰায় ৬০০ প্ৰতিনিধিয়ে সন্মিলনখনত অংশগ্ৰহণ কৰিব।

আইচিআইডিৰ উপসভাপতি মাধৱ বেলবেচে জানিব দিয়ে, ‘বিভিন্ন দেশ তথা ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধি সকলৰ মাজত এই বিষয়ত ভাবৰ আদান প্ৰদান হ’ব তথা বিশ্বৰ বাবে চিন্তনীয় সমস্যা জল সম্পদৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনখনৰ আয়োজন কৰা হৈছে’।

উল্লেখ্য যে আয়োজকসকলে এই সন্মিলনত ‘সেউজ বিপ্লৱৰ সমৰ্থনত জলসিঞ্চন’ শীৰ্ষক থীম এটি লৈ আলোচনা কৰিব। এই আলোচনাত ভাৰতৰ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণৰ মন্ত্ৰী নীতিন গাডকাৰীক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাব।

ভাৰতৰ সৈতে জল সম্পদৰ সমস্যাক লৈ আলোচনা কৰিবলৈ এই সন্মিলনখনে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব বুলিও বেলবেচে জানিবলৈ দিয়ে।

এই সন্মিলনতে ২২খন দেশৰ বি দ্বান লোকে জলসিঞ্চন, ইক’চিষ্টেম চাৰ্ভিছ তথা বিভিন্ন বিষয়ত ১০০খনৰো অধিক পেপাৰ উপস্থাপন কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd