• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২-১৮ ফেব্ৰুৱাৰিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2018 5:09 pm
Guwahati- International Guwahati Trade Fair silver jubilee

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

90
VIEWS
Share on FacebookShare on Twitter

অহা ২ ফেব্ৰুৱাৰিৰ পৰা  ১৮ ফেব্ৰুৱাৰিলৈ গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে।

উদ্যোগ আৰু বাণিজ্য মেলা সংস্থা অসম চমুকৈ ইট্‌ফাৰ উপ-সভাপতি ৰাকেশ দাসে কালি গুৱাহাটীত সংবাদমেল যোগে এই বিষয়ে জনায়।

তেওঁ জনায় যে এইবাৰৰ বাণিজ্য মেলাখন হ’ব মেলাখনৰ ৰূপালী জয়ন্তী সংস্কৰণ।

২ ফেব্ৰুৱাৰিত সন্ধিয়া ৬ বজাত মেলাখন উদ্বোধন কৰিব উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

৯ ফেব্ৰুৱাৰিত জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া আৰু  ১১ ফেব্ৰুৱাৰিত এক মেগা ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব।

অসমৰ মেঘনা, কুনাল কৌশিক, প্ৰশান্ত ঘোষ, গৰিমা গাৰ্গ আৰু আদিত্যম শইকীয়াই অংশ ল’বলগীয়া এই  ফেশ্বন  শ্ব’ৰ কৰিঅ’গ্ৰাফ কৰিব মডেল তৰা খাছগিৰে।

তদুপৰি ৰক শ্ব’, সংগীত প্ৰতিযোগিতা আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। নৰ্থ-ইষ্ট ফুড ফ’ৰামৰ উদ্যোগত এখন ৰন্ধন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

বিভিন্ন ধৰণৰ ফুড কৰ্ট থাকিব লগা এইবাৰৰ মেলাৰ মুখ্য আকৰ্ষণ স্থাপত্যৰ ডিজাইন।

থাইলেণ্ড, বাংলাদেশ, পাকিস্থান, ছিংগাপুৰ, আফগানিস্থান, ফিলিপাইনছ,মালয়েছিয়াৰ লগতে আন ভালেসংখ্যক দেশে মেলাখনত ভাগ ল’ব বুলি আয়োজকজনে জনায়।

Recent News

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd