• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫৪ হাজাৰ কোটি টকাৰ মালিক! হিৰামণ্ডীৰ আলমজেবৰ স্বামীৰ পৰিচয় জানিলে আম্বানীয়েও লাজ পাব

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 25, 2024 3:00 pm
451
VIEWS
Share on FacebookShare on Twitter

সঞ্জয় লীলা ভাঞ্চালীৰ ‘হিৰমণ্ডী’ ৱেব ছিৰিজৰ চৰ্চা এতিয়া সকলো ঠাইতে। ভাঞ্চালীৰ আন আন সৃষ্টিৰ দৰে এই নতুন সৃষ্টিৰ বাবেও তেওঁ প্ৰশংসা লাভ কৰি আছে।

কিন্তু দৰ্শকৰ এটা কথাত তেওঁৰ ওপৰত খং উঠিছে। সেয়া হ’ল ধাৰাবাহিকখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ আলমজেবত তেওঁৰ ভতিজী শৰ্মীন ছেহগালক নিৰ্বাচন কৰা।

শৰ্মিন ছেহগাল কোন জানেনে? তাইৰ স্বামীৰ পৰিচয় জানিলে আপুনি আচৰিত হ’ব।

শৰ্মিন ছেহগালৰ অভিনয় এতিয়া সমালোচনাৰ সন্মুখীন হৈছে। তেওঁৰ অভিনয় মসৃণ হোৱা নাই।

শৰ্মিনক লৈ যিমানেই ট্ৰলিং নহওক কিয়, নেটিজেনসকলে তেওঁৰ স্বামীৰ পৰিচয় দেখি কাৰ্যতঃ আচৰিত হৈ পৰিছে। কাৰণ শৰ্মিনৰ স্বামী অমন মেহতা এজন বিখ্যাত ব্যৱসায়ী।

২০২৩ চনত ২৮ বছৰ বয়সত শৰ্মিনে অমন মেহতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অমন টৰন্টো গ্ৰুপৰ টৰন্টো ফাৰ্মাচিউটিকেলছ কোম্পানীত সঞ্চালক। তেওঁৰ ভাতৃ ইউ এন মেহতাই এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ সমগ্ৰ পৰিয়াল এই ব্যৱসায়ৰ লগত জড়িত। বৰ্তমান অমন মেহতাৰ পৰিয়ালৰ মুঠ সম্পত্তি ৫৪ হাজাৰ কোটি।

উল্লেখ্য যে অমনে বষ্টন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আমেৰিকাৰ কলম্বিয়া বিজনেছ স্কুলৰ পৰা এম বি এ কৰে। অমনৰ ব্যৱসায় এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। বৰ্তমান আমানে টৰন্টো গ্ৰুপৰ আন কেইবাটাও কোম্পানী পৰিচালনা কৰে। টৰন্টো ইনভেষ্টমেণ্টছৰ পৰিচালন সঞ্চালক শৰ্মিনৰ স্বামী অমন।

Recent News

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd