• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ ভিতৰতেই সাংস্কৃতিক ক্ষেত্ৰত চহকী ৰাভা : ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 11:24 am
Tarun Chandra Rabha
281
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ভিতৰতেই সাংস্কৃতিক ক্ষেত্ৰত ৰাভাসকল অতি চহকী। এই মন্তব্য ৰাভা হাছং স্বায়ত্তশাসিত  পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই নিখিল ৰাভা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি কয়।

কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং এলেকাৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ নিকটৱৰ্তী সৰুৰাণীত আয়োজিত প্ৰতিষ্ঠা দিৱসত তেওঁ আৰু কয় যে জাতীয় সাজপাৰেৰে বৰ্ণিল স্বকীয়তাৰ উত্তৰণৰ বিপৰীতে ভাষাৰ ক্ষেত্ৰত জাতিটো পিছপৰি আছে। লগতে এই ক্ষেত্ৰত ভাষা আনদোলনৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে তৰুণ চন্দ্ৰ ৰাভাই।

উল্লেখ্য যে সৰুৰাণী বিষ্ণুজ্যোতি সংঘৰ উদ্যোগত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হয়। ইফালে স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচীৰ উপৰি এটি বাৰেৰহনীয়া সাংস্কৃতিক সমদলৰ শুভাৰম্ভণি কৰে আঞ্চলিক ষষ্ঠ অনুসূচি দাবী সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই।

আনহাতে লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ভুবিন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত ৰাভা জাতি গঠন প্ৰক্ৰিয়াত ভাষা আৰু সাজপাৰৰ গুৰুত্ব শীৰ্ষক আলোচনা চক্ৰত কেন্দ্ৰীয় ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক নৃপেন ৰাভা, চিন্তাবিদ গোলাপ ভৰালী, নিখিল ৰাভা জাতীয় পৰিষদৰ সম্পাদক গোবিন্দ ৰাভা, ছাত্ৰ নেতা দেৱজিৎ নাফাৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে।

মনকৰিবলগীয়া যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে সফল সমাপ্তি ঘটা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কৰ্মী শুক্ৰ চিনালে ‘মেহেঙাদাব’ শীৰ্ষক এখন মুখপত্ৰ উন্মোচন কৰে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd