• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় খ্যাতি আর্জন কৰা অসমৰ  চিনেমা প্রযোজকক সম্বৰ্ধনা  জনাব প্রযোজক সন্থায়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 7:14 am
61221096

প্ৰতিনিধিত্বমূলক চিত্ৰ

145
VIEWS
Share on FacebookShare on Twitter

অইন বছৰৰ দৰে এই বছৰো ২৭ মে ২০১৮ ত সদৌ অসম চলচ্চিত্ৰ প্রযোজক সন্থাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি আর্জন কৰা অসমৰ চিনেমাৰ প্রযোজকক সম্বৰ্ধনা  জনাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । আজি  অনুস্থিত প্রযোজক সন্থাৰ এক জৰুৰী কার্যনির্বাহক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয় বুলি সোমবাৰে এক প্ৰেছ বাৰ্তাৰ যোগেদি সদৌ অসম চলচ্চিত্ৰ প্রযোজক সন্থাৰ সাধাৰণ সম্পাদিকা জোনমণি দেৱী খাউন্দে জানিবলৈ দিয়ে যে।

সম্পাদিকা গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে সন্থাৰ সভাপতি গুণীন বসুমতাৰীৰ অকাল বিয়োগৰ পাছত খালি হৈ থকা সভাপতিৰ পদবীত অৱসৰ প্রাপ্ত আৰক্ষী বিষয়া, কেইবাখনো আঞ্চলিক চিনেমাৰ প্রযোজনা কৰা দিলীপ কুমাৰ বৰাক ভাৰপ্রাপ্ত সভাপতি ৰূপে নির্বাচন কৰা হয় ।

এইবাৰ সম্বর্দ্ধনা অনুষ্ঠানত জীৱনযোৰা সাধনাৰ বাবে বিশেষ সম্বর্ধনা জনোবা হব চলচিত্র পৰিচালক হেমেন দাসক । উল্লেখযোগ্য যে যুজঁ, গৰখীয়া , মৃগনাভি আদি কেইবাখনো চলচ্চিত্ৰৰ বাবে  হেমেন দাসে ইতিমধ্যে ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । লগতে নাট্যশিল্প , পম খেদি , চিনেমা চিনেমা , অভিনয় , অকণিহঁত- চিনেমা নির্মাণ কৰো আহা , চলচিত্রৰ প্রসংগত , শিল্প চিন্তা শীর্ষক কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় সমাদৰ লাভ কৰিছে ।

ইয়াৰ উপৰি অসম চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ দ্বিবার্ষিক অধিবেশন খন অহা ২২ ছেপ্তেম্বৰ ২০১৮ত অনুস্থিত হ’ব বুলি সম্পাদিকা গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে ২০১৭ চনৰ এপ্রিলৰ পৰা ২০১৭ চনৰ ডিচেম্বৰ পর্যন্ত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয়  সন্মান লাভ কৰা চিনেমা প্রযোজক সকলক অহা ১১ মে ২০১৮ৰ ভিতৰত সন্থাৰ  মেইল আই ডি [email protected] লৈ নিজৰ নিজৰ তথ্য সমূহ পঠিয়াবলৈ অনুৰোধ জনাইছে।

Recent News

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd