• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ ৱে’বছাইট ‘ৱায়াৰ’ৰ প্ৰতিবেদনৰ অষ্টম স্থানত কৃষক নেতা অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 4:36 pm
108
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ ৱে’বছাইট ‘ৱায়াৰে’ ২০১৭ চনত বিজেপি চৰকাৰে দেশত সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ ১০ টা প্ৰত্যাহ্বানৰ সম্পৰ্কে যুগুত কৰা এক প্ৰতিবেদনত ঠাই পাইছে অসমৰ কৃষক নেতা অখিল গগৈয়ে।

ৱে’বছাইটটোৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত মূৰ দাঙি উঠা প্ৰত্যাহ্বান সমূহ সন্নিৱিষ্ট কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল। উক্ত ভিডিঅ’টোত অসমৰ কৃষক নেতা গৰাকীক অষ্টম স্থানত ঠাই দিয়া হৈছে। নৱ বৰ্ষৰ প্ৰথম দিনটোতে প্ৰচাৰিত এই ভিডিঅ’টোত অখিল গগৈ নেতৃত্বাধীন চৰকাৰ বিৰোধী সংগ্ৰামক শ্ৰেষ্ঠ প্ৰতিৰোধ সংগ্ৰাম হিচাপে উল্লেখ কৰা হৈছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ  অধীনত কৃষক নেতাজনৰ গ্ৰেপ্তাৰৰ উল্লেখ থকা ভিডিঅ’টোত তেওঁৰ নেতৃত্বত চলা হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানবিৰোধী আন্দোলন তথা অসম চৰকাৰে অসংখ্য গোচৰত তেওঁক বাৰেপতি গ্ৰেপ্তাৰ কৰা আদি প্ৰসংগয়ো স্থান পায়।

অসম চৰকাৰে সঘনাই  কাৰাগাৰলৈ নিক্ষেপ কৰা অখিল গগৈক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱে’বছাইটে দিয়া এই স্বীকৃতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে এই ভিডিঅ’ প্ৰতিবেদনত বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰত্যাহ্বান গঢ়ি তোলা অন্য ৯ গৰাকী ব্যক্তিৰ কাৰ্যকলাপো সন্নিৱিষ্ট কৰা হৈছে।

 

Recent News

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

প্ৰমাণৰ অভাৱ! মালেগাওঁ বিস্ফোৰণৰ গোচৰত বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা, ৭জন অভিযুক্তক দোষমুক্ত

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd