• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ৰ খিতাপ দখল পাঞ্জাব নেশ্যনেল বেংকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 2:44 pm
নেচনেল পঞ্জাৱ
117
VIEWS
Share on FacebookShare on Twitter

ইম্ফলত অনুষ্ঠিত বি ডিভিজন ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ২০১৮ত পাঞ্জাব নেশ্যনেল বেংকে খিতাপ দখল কৰে।

দেওবাৰে ইম্ফলৰ খুমান লাম্পাট অস্ত্ৰ তাৰফ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত পাঞ্জাব নেশ্যনেল  বেংকে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী কানাড়া বেংকক ২-০ গ’লত পৰাস্ত কৰে।

পাঞ্জাব নেশ্যনেল বেংকৰ হৈ ক্ৰমে সুখজিত সিং আৰু দালাল সতেন্দৰে ৩৮ আৰু ৫৭ মিনিটত একোটাকৈ গ’ল দিয়ে।

লক্ষণীয় যে দেশৰ মুঠ ৩২ টা হকী দলে অংশ লোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল মণিপুৰ আৰু চুবুৰীয়া ৰাজ্য অসমৰ দলকেইটা কোৱাৰ্টাৰ ফাইলেনত উপনীত হোৱাত বিফল হয়।

আনপিনে সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ৰাজ্যখনৰ শিক্ষা তথা শ্ৰম মন্ত্ৰী ৰাধেশ্যাম সিঙে হকী খেলত ৰাজ্যখনৰ গৌৰৱময় ইতিহাসক সুঁৱৰে। উল্লেখযোগ্য যে মণিপুৰৰ প্ৰথমগৰাকী অলিম্পিক খেলুৱৈ পি নীলকমলে ১৯৮৪ চনত লছ এঞ্জেলছত অনুষ্ঠিত অলিম্পিকত ভাৰতীয় হকী দলৰ গ’ল কীপাৰ আছিল।

অনুষ্ঠানটোত ভাৰতীয় হকীৰ ট্ৰেজাৰাৰ তপন কুমাৰ দাস, যুৱ পৰিক্ৰমা তথা ক্ৰীড়া সঞ্চালক এন প্ৰবীণ, ববিনা হেল্থ কেয়াৰ এণ্ড ইণ্ড্ৰাষ্ট্ৰীজৰ সঞ্চালক ড০ থ ধাবালিকে ধৰি ক্ৰীড়াক্ষেত্ৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত আছিল।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd