• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰে’ল বিভাগৰ কৰ্মচাৰীৰ ছত্ৰছায়াত বৃদ্ধি পাইছে হাতীদাঁতৰ চোৰাং বেহা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 12:47 pm
28regivory-266x200
102
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা বহিঃৰাজ্যলৈ বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা অব্যাহত থকাৰ সময়তে দেওবাৰে ৰাজহ চোৰাংচোৱা বিভাগে ২৪ টাকৈ হাতীদাঁত জব্দ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে হোজাইৰ পৰা নেপাললৈ নিয়াৰ পৰিকল্পনা কৰা এই হাতীদাঁতসমূহ জব্দ কৰে ৰাজহ চোৰাংচোৱা বিভাগ চমুকৈ ডি আৰ আয়ে।

তথ্য অনুসৰি এই হাতীদাঁতকেইটাৰ ওজন প্ৰায় ৫ কিলো ৮০০ গ্ৰাম। ডি আৰ আইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি নেপালৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে হোজাইৰ পৰা নিউজলপাইগুৰিলৈকে ৰে’লযোগে হাতীদাঁতসমূহ কঢ়িয়াই অনাৰ পৰিকল্পনা কৰা হৈছিল।

উল্লেখ্য যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এক ভয়ংকৰ সত্য পোহৰলৈ আহিছে। বিদেশলৈ কঢ়িয়াই নিয়াৰ সমগ্ৰ পৰিকল্পনা ৰচিছিল খোদ ৰে’ল বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় চোৰাং বেপাৰী চক্ৰৰে মিলি নেপাললৈ নিব খোজা অৱস্থাতে দেওবাৰে দুপৰীয়া শৰাইঘাট এক্সপ্ৰেছত তালাচী চলাই পল্টনবজাৰ ৰে’ল ষ্টেশ্যনৰ পৰা জব্দ কৰা হয় এই হাতীদাঁতসমূহ।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ তথ্যৰ ভিত্তিত ডি আৰ আয়ে এই অভিযান চলোৱাৰ লগতে ৰেইল বিভাগৰ কৰ্মচাৰী সুৰয কুমাৰ দাসক গ্ৰেপ্তাৰ কৰি অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Recent News

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd