• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপাৰেশ্যন সিন্দুৰৰ পিছতো মৰসাহ নিৰ্লজ্জ পাকিস্তানৰ : কাশ্মীৰত পাক সেনাৰ আক্ৰমণত নিহত ১০ নাগৰিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 11:39 am
1.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। ইয়াৰ পিছত দিল্লীত কেইবাখনো বৈঠক অনুষ্ঠিত হয়। লগতে প্ৰতিশোধমূলক আক্ৰমণ বিচাৰিছিল দেশবাসীয়ে।

দেশবাসীয়ে যি বিচাৰে সেয়া হ’ব বুলি দুই-তিনি দিন পূৰ্বে আশ্বাস দিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ল’বলৈ প্ৰধানমন্ত্ৰীয়ে তিনিওটা সেনাক যিকোনো ধৰণৰ অভিযান চলাবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল।

ঘটনাৰ ১৫ দিনৰ পাছত ভাৰতে এই আক্ৰমণৰ প্ৰতিশোধ লয়। পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (POK)ৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাই জৈছৰ মুখ্য কাৰ্যালয় আৰু মাদ্ৰাছা ধ্বংস কৰা হয়। লগতে প্ৰাণ ৯০ টা পাক সন্ত্ৰাসবাদীক হত্যা কৰা হয়।এনে পৰিস্থিতিত পাকিস্তানী সেনাই নিৰীহ লোকক হত্যা কৰে। কাশ্মীৰৰ নিৰীহ, নিৰস্ত্ৰ গাঁওবাসীৰ ওপৰত বুধবাৰে নিশাৰে পৰা পাকিস্তানে অব্যাহত ৰাখিছে আক্ৰমণ। এই আক্ৰমণত কমেও ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Recent News

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱাৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেই

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd