• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 7:48 pm
72
VIEWS
Share on FacebookShare on Twitter

১১ দিন উকলিল যদিও শিৱসাগৰৰ ভটীয়াপাৰত অ’ এন জি চিৰ ৰীগত গেছ নিৰ্গমন অব্যাহত আছে । ইতিমধ্যে আমেৰিকাৰ ৩ জনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলে ভটীয়াপাৰৰ ৰীগ বিস্ফোৰণস্থলীৰ গেছ নিগৰ্মন বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে যদিও এতিয়াও সফল হোৱা নাই।

বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমন বন্ধ কৰিবলৈ যোৱা দুটা দিনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাৰ্কিন বিশেষজ্ঞ দলটোৱে গেছ নিয়ন্ত্ৰণ কৰিবলৈ কেপিং পদ্ধতি প্ৰয়োগ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু এতিয়ালৈ বিশেষজ্ঞ দলটো সফল নোহোৱাত স্থানীয় ৰাইজৰ মাজত শংকা বৃদ্ধি পাইছে ।

যোৱা ১১ দিনে এচ কে পেট্ৰ‘ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাই ভুক্তভোগী লোকৰ কোনো খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । ইফালে শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদমুখৰ হৈ উঠিছে সমগ্ৰ অঞ্চলটো ।

Recent News

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব নোৱাৰি : ৰকিবুল হুছেইন

সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব নোৱাৰি : ৰকিবুল হুছেইন

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু

জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd