• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, আহত কেইবাগৰাকীও যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2022 6:44 am
Bus Falls Into Gorge
118
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বান্দা জিলাত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। শনিবাৰে সন্ধিয়া এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাদত বাগৰি পৰাৰ ফলত প্ৰায় ১৩ গৰাকী যাত্ৰী আহত হয়।

আট্ৰাৰাৰ পৰা কামাচিন অভিমুখে যাত্ৰাৰ সময়তে বাছখনৰ চালকে ওৰহা-নাগভাৰাৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু নিয়ন্ত্ৰণহীন বাছখন পথৰ কাষৰ খাদত বাগৰি পৰে।

ঘটনাৰ পাছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানৰ তদাৰক কৰা এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাত সাতগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

“গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাতগৰাকী যাত্ৰীক তৎকালীনভাৱে আট্ৰাৰাৰ এটা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। এই সাতজনৰ ভিতৰত তিনিজন যাত্ৰীৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।”— বিষয়াগৰাকীয়ে লগতে কয়।

আনহাতে দুৰ্ঘটনাটোত ছয়গৰাকী যাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে যাবলৈ দিয়া হয় বুলি বিষয়া গৰাকীয়ে লগতে সদৰী কৰে।

Recent News

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd