• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-নেপাল সীমান্তত জব্দ ১৪০০ কুইণ্টল চীনা নহৰু! কৃত্ৰিম নহৰুক কেন্দ্ৰ কৰি শংকা বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2024 8:36 pm
458
VIEWS
Share on FacebookShare on Twitter

নেপালৰ পৰা ভাৰতলৈ ১৪০০ কুইণ্টল চীনা নহৰু সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হয়। কিন্তু উত্তৰ প্ৰদেশৰ মহাকাজগঞ্জৰ সমীপৰ শুল্ক বিভাগৰ বিষয়াসকলে এই চোৰাং ব্যৱসায় উৎখাত কৰে। সূত্ৰ অনুসৰি বজাৰত পোৱা নহৰু চীনা নহৰুৰ সৈতে হুবহু একে। ফলত দুই প্ৰকাৰৰ নহৰুৰ পাৰ্থক্য সহজে বিচাৰি পোৱা নাযায়। কিন্তু চীনা নহৰু স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি দাবী কৰা হৈছে।

কোনো কাৰণতে প্ৰাকৃতিক নহয়, কিন্তু কৃত্ৰিমভাৱে এই হালধিত মাৰাত্মক ভেঁকুৰ থাকে। ভাৰতীয় বজাৰত চীনা নহৰু বিয়পি পৰাৰ ফলত ভয়াৱহ পৰিণতি হ’ব পাৰে বুলি মনত ৰাখি দেশৰ বিভিন্ন প্ৰান্তত এই নহৰু চোৰাং ব্যৱসায়ৰ ওপৰত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। উত্তৰ প্ৰদেশৰ ভাৰত-নেপাল সীমান্তত জব্দ কৰা ১৪০০ কুইণ্টল নহৰু ধ্বংস কৰে শুল্ক বিভাগে। মাটিৰ তলত বৃহৎ পৰিমাণৰ নহৰু পুতি শুল্ক কাৰ্যালয়ৰ বিষয়াসকল ওলাই যোৱাৰ লগে লগে স্থানীয় ৰাইজৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ মাজত চীনা নহৰু লবলৈ হুলস্থুলৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি চম্ভালে।

শুল্ক বিভাগে যোৱা কেইমাহমানৰ পৰা কেইবাবাৰো চীনা নহৰুৰ সৰবৰাহ বন্ধ কৰি দিয়ে। নেপালৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত জব্দ কৰিছে কেইবা টন চীনা নহৰু। এই নহৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি জনাৰ পাছত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে কিয় ইয়াক সঠিকভাৱে ধ্বংস কৰা নহয়।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd