• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ গাৱঁত অনুষ্ঠিত হ’ব কামো হাউ কালছাৰেল ফেষ্টিভেল

সভাপতি চামম by সভাপতি চামম
March 24, 2018 4:37 pm
K-2-266x200
116
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ কামজং জিলাৰ ফুংগিয়াৰ মহকুমাৰ অন্তৰ্গত ফালাং গাৱঁত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব কামো হাউ কালচাৰেল ফেষ্টিভেল-২০১৮।

কামো হাউ আৰ্টছ এণ্ড কালছাৰেল অৰ্গেনাইজেশ্যনৰ পৃষ্ঠপোষকতাত এই উৎসৱ উদযাপন কৰা হ’ব। এই বছৰৰ উৎসৱৰ বিষয়বস্তু হৈছে ‘আমাৰ দেশ, আমাৰ সস্কৃতি’।

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো উদ্বোধন কৰিছিল অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বন আৰু পৰিৱেশ মন্ত্ৰী থাওউংনাওজাম শ্যামকুমাৰে।

উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত মন্ত্ৰী শ্যামকুমাৰে কয় যে পাহাৰ আৰু ভৈয়ামৰ প্ৰাচীন সংস্কৃতি,পৰম্পৰাসমূহ .সংৰক্ষণ কৰাটো প্ৰয়োজন। পৰম্পৰাগত সংস্কৃতি সংৰক্ষিত হৈ থাকিলেহে শান্তি বিৰাজ কৰিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে শ্যমকুমাৰ নগৰ পৰিকল্পনা, উদ্যানশস্য আৰু ভূমি সংৰক্ষণ দপ্তৰো দায়িত্বত আছে।

তেওঁ এই এলেকাটোৰ শোচনীয় বাট-পথ আৰু আন্তঃগাঁথনিমূলক বিকাশৰ অভাৱৰ কথাটো মুখ্য মন্ত্ৰীৰ কাঁ চোৱাব বুলি গাওঁৰ ৰাইজক আশ্বাস প্ৰদান কৰে।

ঝুম খেতিয়ে পৰিৱেশৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীজনে কয় যে গাৱঁৰ মুখীয়াসকল আৰু গাৱঁৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি কৃষকক এটা বিকল্প জীৱিকা প্ৰদান কৰাৰ বাবে সাম্ভব্য পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ আৰু কয় যে ৰাইজে সহযোগ কৰিলেহে চৰকাৰে উন্নয়ণমূলক কাম কৰিব পাৰিব।

ফাংগিয়াৰৰ বিধায়ক লেইছিও কেইছিঙে তেওঁৰ ভাষণত সকলো সম্প্ৰদায়ৰে পৰম্পৰা সংস্কৃতি সংৰক্ষণ কৰাৰ ওপৰত জোৰ দিয়ে। তেওঁ পূৰ্ব পুৰুষৰ পৰম্পৰা আৰু সংস্কৃতি উপৰি পুৰুষলৈ বহন কৰি নিয়াৰ প্ৰয়োজন বুলি কয়।

উদ্বোধনী দিনটোৰ বিশেষ আকৰ্ষণ আছিল তাংখুল নৃত্য। জিলা পৰ্যায়ৰ বিষয়া, কৰ্মচাৰী আৰু বন, উদ্যনশস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ বিষয়া কৰ্মচাৰীও এই অনুষ্ঠানত উপস্থিত আছিল।

Tags: ইম্ফল

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd